• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাজানত অৰুণাচলী সুৰা কঢ়িয়াই অনা ট্ৰাক জব্দ

NE NOW NEWS এন ই নাও নিউজ
বোকাজান , December 30, 2017 12:59 pm

1 min read

বোকাজানত অৰুণাচলী সুৰা কঢ়িয়াই অনা ট্ৰাক জব্দ
133
VIEWS
Share on FacebookShare on Twitter

আজি পাৰ হৈ যোৱা নিশা কাৰ্বি আংলঙৰ বোকাজানত আবকাৰী বিভাগে অৰুণাচলী সুৰা কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে। জানিব পৰা মতে সুৰাভৰ্তি ট্ৰাকখনৰ চালকজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। জব্দ কৰা সুৰাখিনিৰ মূল্য কমেও ২০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে। ঘটনাটোৱে সকলো পক্ষকে আচৰিত কৰাৰ লগতে অৰুণাচলৰ পৰা সুৰা লৈ অহা ট্ৰাকখন কেনেকৈ শোণিতপুৰ, নুমলীগড় আদি স্থানৰ ক’তো ধৰা নপৰাকৈ পাৰ হৈ আহিব পাৰিলে এই প্ৰশ্ন উঠিছে।

জানিব পৰামতে আবকাৰী আয়ুক্তই ঘটনাটোত জড়িতসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। লগতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে যোৱা এমাহ মানৰ পূৰ্বে অৰুণাচলী সুৰাৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে উত্তৰ অসমত অভিযান চলাইছিল। অৰুণাচলৰ পৰা অহা কম দামৰ সুৰাৰ উত্তৰ অসমত বহুল প্ৰচলন আছে। এনে সুৰাই ৰাজ্য চৰকাৰক ৰাজহ লোকচানত পেলাইছে বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে।

আনহাতে সুৰাৰ অবৈধ ব্যৱসায়ীক সহায় কৰি কৰ ফাঁকিত জড়িত হৈ অহাৰ অভিযোগত ৰাজ্য চৰকাৰে ইতিপূৰ্বে আবকাৰী বিষয়া অমৰেন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd