DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 10, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰডুমচাৰ ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 3:21 pm
127
VIEWS
Share on FacebookShare on Twitter

বৰডুমচাত উগ্ৰপন্থীৰ আক্ৰমণত পিতা-পুত্ৰই প্ৰাণ হেৰুওৱা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছে। আজি বৰডুমচাত মৰাণ ছাত্ৰ সন্থাই ঘটনাৰ প্ৰতিবাদ তথা চৰকাৰৰ ক্ষিপ্ৰ ব্যৱস্থাগ্ৰহণৰ দাবীত পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে। কাকপথাৰ আঞ্চলিক আছু আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্য্যসূচী লৈছে।

আনহাতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। তেওঁলোকে নিহত অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰই সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল বুলি দাবী কৰে। এই ক্ষেত্ৰত পৃষ্ঠভূমি যিয়েই নহওক তেওঁলোকে ক্ষমা নকৰে বুলি ইমেইলটোত কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা প্ৰায় দুমাহ মানৰ পৰা তিনিচুকীয়া জিলাৰ সীমা মূৰীয়া অঞ্চলত আলফাৰ সক্ৰিয়তা লক্ষণীয়ভাৱে বৃদ্ধি পাইছিল। কেইবাখনো বাগিচাৰ কৰ্তৃপক্ষৰ পৰা আলফাই ধন দাবী কৰাৰ লগতে শূন্যলৈ গুলী ফুটাই এক প্ৰকাৰৰ নিজৰ সবল উপস্থিতিৰ কথা প্ৰকাশ কৰি আহিছিল। শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য মতে নিহত পিতা-পুত্ৰক আলফাই পূৰ্বতে তিনিবাৰকৈ সকীয়াই দিছিল।

আনহাতে আজি আমগুৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে বৰডুমচাত উগ্ৰপন্থীৰ গুলীত নিহত হোৱা অন্তেশ্বৰ মহন্তৰ পৰিয়ালটোলৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

শেহতীয়া খবৰ মতে বৰডুমচাত কূতাঘাতকাৰীক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকাৰ মাজতে ঘটনা সন্দৰ্ভত দিগন্ত শইকীয়া প্ৰাঞ্জল মৰাণ আৰু নৱকান্ত বৰুৱা নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd