DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ উপায়ুক্তই নৌকাৰে পৰিদৰ্শন কৰিলে আঁচনিৰ কাম

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 9, 2018 9:03 pm
বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, ফটোৰ উৎস-ইণ্টাৰনেট

বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, ফটোৰ উৎস-ইণ্টাৰনেট

74
VIEWS
Share on FacebookShare on Twitter

জলসম্পদ বিভাগৰ দ্বাৰা এচ ডি আৰ এফ শিতানত ২০১৬-১৭ বৰ্ষত অনুমোদিত ৫ কৌটি ৭৫ লাখ ৯ হাজাৰ টকাৰে নৱ-নিৰ্মিত বহৰি-বাঘবৰ মথাউৰিৰ বেয়া অংশ মেৰামতিৰ কামৰ লগতে ব্ৰহ্মপুত্ৰ নদীত হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ কাম সমূহ আজি পৰিদৰ্শন কৰে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।

পৰিদৰ্শনৰ সময়চোৱাত তেওঁলোকে বহৰি পাৰঘাটৰ পৰা নাৱেৰে যাত্ৰ আৰম্ভ কৰি কলতুলি, ফুলবাৰী হৈ তাৰাবাৰী চৰৰ কাষেৰে গৈ ভোগেৰপাৰ ঘাটত উপস্থিত হয়।

উপায়ুক্ত মালাকাৰে বৰপেটা জিলা গ্ৰাম্য অভিকৰণৰ অধীনত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধৰ বাবে এম জি এনৰেগা আঁচনিসমূহ পৰিদৰ্শন কৰে।

সমাগত বানপানীৰ পৰিপ্ৰেক্ষিতত বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ আঁচনি সমূহ সঠিক আৰু সফলভাৱে নিৰ্মাণ কৰিবলৈ উপায়ুক্তই বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

উপায়ুক্তই পৰিদৰ্শন কালত নৈপৰীয়া স্থানীয়লোকৰ সৈতে স্থানীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰে আৰু সমাধানৰ কাৰণে সদিচ্ছা প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়চোৱাত উপায়ুক্তৰ সৈতে বৰপেটা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী তথা বিভাগীয় বিষয়াসকলো উপস্থিত থাকে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd