DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা অগপৰ কৰ্মী সভা : এন আৰ চি, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপুৰ্ণ প্ৰস্তাৱ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 30, 2018 9:20 am
বৰপেটা অগপ
258
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতীয় জীৱনৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা আজি প্ৰকাশ পাব ৷ এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিচত বৰপেটা জিলাত বিশেষকৈ বৰপেটা বিধান সভা সমষ্টি এলেকাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু শান্তি সম্প্ৰীতি অটুট থাকে তাৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷

দেওবাৰে বৰপেটা জিলা অগপৰ কাৰ্যালয়ত বৰপেটা সমষ্টি ভিত্তিত অনুষ্ঠিত এখন দলীয় কৰ্মীসভাত সভাপতিত্ব কৰি বিধায়ক গৰাকীয়ে এই আহ্বান জনায় ৷ বিধায়কগৰাকীয়ে কয় যে, বৰপেটা সমষ্টিৰ প্ৰতিটো এলেকাত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে দলৰ প্ৰতি গৰাকী আঞ্চলিক পৰ্যায়ৰ কৰ্মীয়ে সুচাৰুৰূপে দায়িত্ব পালন কৰিব লাগিব ৷

এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাসকলে শংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় যে, প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কিবা কাৰণত খচৰাত অন্তৰ্ভুক্ত নহলেও তেওঁলোকে পুনৰ আবেদনৰ জৰিয়তে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ লাভ কৰিব ৷

আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সাংগঠনিক স্থিতি সম্পৰ্কত বৰপেটা জিলা অগপৰ কাৰ্যালয়ত কৰ্মী সভাখন অনুষ্ঠিত হয় ৷ বৰপেটা সমষ্টিভিত্তিত অনুষ্ঠিত এই কৰ্মী সভাত সমষ্টিটোৰ অন্তৰ্গত ১৪ খন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক, জিলা প্ৰতিনিধি, কাৰ্য্যনিৰ্বাহক সদস্য, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া তথা সদস্য-সদস্যা উপস্থিত থাকে ৷

উক্ত সভাতে এন আৰ চি সম্পৰ্কত এক গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই  অনুসৰি এন আৰ চিৰ খচৰাত যিসকল ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক সকলো প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আৰু সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয় সম্পৰ্কত তদাৰক কৰিবলৈ পঞ্চায়ত ভিত্তিত একোখনকৈ উপ সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd