• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক পুনৰ ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য আগবঢ়ালে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 10:30 am
brahmaputra-river-l
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অৱশেষত চীনে মহাবাহু ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আগন্তুক বাৰিষা আৰম্ভ হোৱাৰ প্ৰাক্ক্ষণতে চীনে পুনৰ ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান কৰা কাৰ্যই ভাৰতক বিশেষকৈ অসম তথা অৰুণাচল প্ৰদেশক যথেষ্ট সকাহ দিব।

প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পাছত চীনে যোৱা ১৫ মে’ৰ পৰা পুনৰ ভাৰতক ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান কৰাৰ কথা সদৰী কৰিছে কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰ্যালয়ে।

Apply Now

উল্লেখযোগ্য যে বিগত সময়ছোৱাত ভাৰত-চীনৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ পাছতেই চুবুৰীয়া ৰাষ্ট্ৰখনে ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান বন্ধ কৰি দিছিল। কৌশলগতভাৱে চীনে কাৰিকৰী অসুবিধাৰ বাবেহে জল সম্পৰ্কীয় তথ্য প্ৰদান কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছিল।

নদীখনৰ জল সম্পৰ্কীয় তথ্য ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হোৱালৈ চাই  চীনৰ এনে স্থিতিয়ে সমস্যাত পেলাইছিল ভাৰতক। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চীনক ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য পুনৰ প্ৰদান কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীন ভ্ৰমণলৈ যাওঁতেও আনকি তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনক ব্ৰহ্মপুত্ৰৰ পানী তথ্য পুনৰ প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিল।

মন কৰিবলগীয়া কথা যে ২০০৬ চনত স্বাক্ষৰিত এক চুক্তি অনুসৰি চীনে দীৰ্ঘদিন ধৰি বাৰিষা কালত (১৫ মে’ৰ পৰা ১৫ অক্টোবৰলৈকে) ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় সকলো তথ্য প্ৰদান কৰি আহিছিল। উক্ত তথ্যই বাৰিষা কালত ভাৰতক বহু পৰিমাণে সহায় কৰিছিল। এই তথ্যৰ ভিত্তিতেই ব্ৰহ্মপুত্ৰৰ পানী বঢ়া-কমাৰ সন্দৰ্ভত চৰকাৰে আগতীয়াকৈ নদীখনৰ নামনি অংশত বাস কৰা লোকসকলক সৰ্তক কৰি দিব পাৰিছিল। কিন্তু ২০১৭ চনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনে এই সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰাটো বন্ধ কৰি দিয়াৰ ভাৰত ফলত সমস্যাত পৰিছিল।

এনেধৰণে তথ্য লাভ নকৰাৰ বাবেই যোৱা বছৰ বাৰিষা কালত নদীখনৰ নামনি অংশত বাস কৰা লোকসকলক কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ সতৰ্ক কৰি দিব পৰা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm
প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

July 12, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd