• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভোট যুদ্ধ তীব্ৰতৰ কৰি তুলিবলৈ ত্ৰিপুৰাৰ চিপিআই(এমে) এইবাৰ ব্যৱহাৰ কৰিছে ছচিয়েল মিডিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 13, 2018 12:25 pm

2 min read

Cover-page-image-of-Tripura-CPI-Ms-Facebook-page-570x320

ত্ৰিপুৰাৰ চিপিআইএমৰ ফেচবুকৰ ক'ভাৰপেজটো

99
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনলৈ আৰু মাত্ৰ পাঁচদিন বাকী থকা অৱস্থাত ত্ৰিপুৰাত দিনে দিনে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে।

ইয়াৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ৰাজ্যখনত ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ ছচিয়েল মিডিয়াত এটা শক্তিশালী নেটৱৰ্ক আছে। ফেচবুক,হোৱাটএপকে ধৰি ছচিয়েল মিডিয়াৰ সকলো মাধ্যমৰ ব্যৱহাৰ কৰি দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য অসম আৰু মণিপুৰৰ বিগত বিধানসভাৰ নিৰ্বাচনত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

এইবাৰ বিজেপিৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰত্যুত্তৰ দিবলৈ চিপিআই এমে ছচিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰি দিছে।

বাওঁপন্থী দলটোৱে ২০১৬ চনৰ শেহৰ পিনে ছচিয়েল মিডিয়াৰ প্ৰচাৰ আৰম্ভ কৰিছিল। সেই সময়ত প্ৰতিখন জিলা আৰু মহকুমা সমিতিয়ে ফেচবুক পেজ খুলি তথা হোৱাটএপ গ্ৰুপৰ জৰিয়তে দৈনিক ১৫ টাকৈ প’ষ্ট আপলোড কৰি প্ৰচাৰ কৰিছিল।

বিগত অসম আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰি বিজেপিয়ে অসাধাৰণ সফলতা লাভ কৰিছিল।

একেধৰণৰ কৌশল ৰচনাৰে গেৰুৱা বাহিনীয়ে ত্ৰিপুৰাতো শক্তিশালী ৰূপত প্ৰচাৰ যুদ্ধ আৰম্ভ কৰি দিছে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত দলটোৱে ১,০০০ কৰ্মীক প্ৰশিক্ষণ দিবলৈ ছচিয়েল মিডিয়া কৰ্মশালাও অনুষ্ঠিত কৰিছিল।

এইবাৰ চিপিআই-এমে আৰম্ভ কৰিছে ব্যাপক ছচিয়েল মিডিয়াৰ ব্যৱহাৰ। চিপিআইএমৰ ছচিয়েল মিডিয়া দলৰ এগৰাকী সদস্য ৰাহুল সিনহাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ‘’ আমি আমাৰ নিজৰ সদস্যৰে এটা দল গঠন কৰিছো আৰু আমি কোনো বাহিৰৰ সংস্থাক ভাড়াত লোৱা নাই। আমাৰ ফেচবুক পেজ আছে আৰু হোৱাটএপ গ্ৰুপো গঠন কৰিছো।‘’

সিনহাই লগতে কয় যে টুইটাৰ ত্ৰিপুৰাত ইমান জনপ্ৰিয় নোহোৱাৰ বাবে দলে টুইটাৰত বহু বেছি প’ষ্ট কৰা হোৱা নাই।

চিপিআই-এমৰ প্ৰসিদ্ধ নেত্ৰী বৃন্দা কাৰাটেও কৈছে যে ছচিয়েল মিডিয়াত দলৰ উপস্থিতি যথেষ্ট বৃদ্ধি পাইছে আৰু নিৰ্বাচনী প্ৰচাৰত ই ভাল সঁহাৰি লাভ কৰিব।

 

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd