DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত পশুধনৰ চবকা ৰোগ প্ৰতিৰোধ চিটাকৰণৰ আঁচনিৰ উদ্বোধন

উত্তম শইকীয়া by উত্তম শইকীয়া
February 8, 2018 6:41 pm
atul bora

মন্ত্রী অতুল বৰাই বোকাখাতত পশুধনৰ চবকা ৰোগৰ চিটা কৰণ অভিযান উদ্বোধন কৰি ভাষণ দিছে

243
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপন হব বুলি আজি ঘোষণা কৰে বিভাগটোৰ সঞ্চালক ডাঃ অনুপ দাসে ৷

অসমৰ পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি বোকাখাতত পশু পালন আৰু কৃষি মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত চবকা ৰোগ প্ৰতিৰোধৰ বাবে চিটা কৰণ অভিযানৰ শুভাৰম্ভ কৰে ৷

বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত বিভাগীয় এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী গৰাকীৰ উপৰিও পশু পালন ও চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ অনুপ দাস, পশু চিকিৎসা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ অতুল বৰগোহাঁই , অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ধীৰাজ দাস, বিজেপি দলৰ ৰাজ্যিক সম্পাদক দেবপ্ৰদীপ বৰা,  জিলা সভাপতি জিতেন শৰ্মা, অগপৰ বোকাখাত জিলা সংভাপতি জগত কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা আৰু বোকাখাতৰ পৌৰপতি চিত্ৰা কাৰ্ডং উপস্থিত থাকে  ৷

বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাসৰ পৌৰহিত্য অনুষ্ঠিত সভাখনৰ উদেশ্যবাখ্যা কৰে পশু পালন ও পশু চিকিৎসা বিভাৰ সঞ্চালক ডাঃ অমূল্য বৰাই  ৷ সঞ্চালক গৰাকীয়ে  অহা ১২ তাৰিখৰ পৰা প্ৰথম পৰ্যায়ত উজনি অসমৰ ১০ জিলাত এই চিটাকৰণ আৰম্ভ হব বুলি জনায় ৷ লগতে বোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰে ৷

মুৰব্বী অধ্যাপক ডাঃ অনুপ দাসে চবকা ৰোগ অসমৰ পৰা নিৰ্মূল কৰিব পৰাকৈ এই চিটাকৰণ অভিযান সফল কৰিবৰ বাবে সকলোকে আহ্বান জনায় ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে পশু পালন বিভাগটো টনকিয়াল কৰিবৰ বাবে প্ৰচেষ্টা লোৱা হৈছে ৷ হুৰ পোকৰ আক্ৰমনৰ পিছতো ৰাজ্যত ধান উৎপাদন যথেষ্ট ভাল হোৱা কথাও তেওঁ কয় ৷ ইয়াৰ বাবে পশু পালন বিভাগে যথেষ্ট পদক্ষেপ হাতত লৈছিল ৷

অসম চৰকাৰে এডভান্টেজ অসমৰ পাচতে বহিঃৰাজ্যৰ পৰা উচ্চ বৰ্ণসংকৰ গৰু অনাৰ বাবে এক আঁচনি হাতত লৈছে ৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্বলন কৰি চিটা কৰণ অভিযানৰ উদ্বোধন কৰে ৷

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd