DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ ভয়াৱহ খহনীয়াৰ বুজ ল’লে স্থানীয় বিধায়ক তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 13, 2018 7:52 am
IMG-201807121
81
VIEWS
Share on FacebookShare on Twitter

‘মাজুলীৰ সামগ্ৰীক উন্নয়নৰ কাৰণে অসম চৰকাৰে যি সমুহ আঁচনি ৰূপায়ন কৰিছে সেই সকলোখিনি আটকধুনীয়াকৈ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত ল’ব ৰাজ্য চৰকাৰে। একেদৰে মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষাৰ বাবে চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা কাম আৰম্ভ কৰিম’। এই ভাষ্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

বৃহস্পতিবাৰে সন্ধিয়া মাজুলীৰ ফুলনিত এটা অস্থায়ী আৰক্ষী চকি উদ্বোধন কৰি ভাষণ প্ৰসংগত এই কথা ব্যক্ত কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰসংগক্ৰমে কয় যে মাজুলী-যোৰহাট সংযোগী দলঙ নিৰ্মাণৰ বাবে চাউথ ইণ্ডিয়াৰ এটা কোম্পানিৰ জৰিয়তে ডিপিআৰ ৰ কাম চলি আছে আৰু যদি সকলো ঠিকেই থাকে তেন্তে অক্টোবৰৰ শেষৰফালে দলঙৰ টেণ্ডাৰ মুকলি হ’ব ।

উল্লেখ্য যে কালি বিয়লি চাৰি বজাত মাজুলীত উপস্থিত হোৱা মুখ্য মন্ত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বে জেংৰাইমূখৰ বৰপমুৱা আৰু কুমাৰবাৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰে। খহনীয়া প্ৰতিৰোধি বিভিন্ন অস্থায়ী আঁচনি বৰ্তমান ৰূপায়ন কৰাৰ বিপৰীতে অক্টোবৰ মাহৰ পৰা স্থায়ী আঁচনিৰ কাম হাতত লোৱাৰ আশ্বাস দিয়ে ।

উক্ত সভাতে মাজুলীক আইকনিক জিলা হিচাপে স্বীকৃতি দিয়াৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দাখিল কৰাৰ বিষয়েও মাজুলীৰ জনসাধাৰণক জনায়।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগত উপস্থিত থাকে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে জয়ন্ত মল্ল বৰুৱা, ৰনোজ পেগু, বিমল বৰা, পদ্মেশ্বৰ দলে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd