• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানিকপুৰত প্ৰাক্তন সেনা জোৱান ৰণজিৎ কুমাৰ ৰায়ৰ মৃত্যুত শোক

NE NOW NEWS ইয়াছিন আলী
কোকিলা , June 14, 2018 10:43 am

1 min read

মানিকপুৰত প্ৰাক্তন সেনা জোৱান ৰণজিৎ কুমাৰ ৰায়ৰ মৃত্যুত শোক
73
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাত এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা পাতিলাদহা জাকুৱাপাৰা গাঁৱৰ ভৱানন্দ ৰায়ৰ পুত্ৰ তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰণজিৎ কুমাৰ ৰায়(৫৫) উচ্চ ৰক্তচাপজনিত কাৰণত হঠাতে অসুস্থ হৈ পৰে।

ফলত প্ৰাক্তন সেনা জোৱানজনক তাৎক্ষণিকভাৱে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে বঙাইগাঁৱৰ লৱাৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশত বঙাইগাঁৱলৈ নিয়াৰ পথতে ৰায়ৰ মৃত্যু হয়।

জানিব পৰা মতে ১৯৮৮ চনত ভাৰতীয় সেনাৰ আসাম ৰেজিমেণ্টত যোগদান কৰা জোৱানজন ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে। চাকৰি কালত জোৱানজনে পদোন্নতি লাভ কৰি চুবেদাৰ পদ লৈ উন্নীত হৈছিল। চুবেদাৰ পদত অধিষ্ঠিত হোৱাৰ পিছত অৱসৰ গ্ৰহণ কৰা জোৱানজন পিছত নিজৰ গাঁৱতে এখন হাৰ্ডৱেৰৰ দোকান খুলি সমাজৰ বিভিন্ন কাম কাজত সহযোগিতা আগবঢ়াই আহিছিল।

বুধবাৰে জোৱানজনৰ ধৰ্মীয় ৰীতিমতে শেষক্ৰিয়া সম্পন্ন কৰে।  ইফালে মৃত্যুৰ সময়ত জোৱানজনে পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী কন্যা এই সংসাৰত এৰি থৈ যায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd