DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰাই বলে’ৰ গাড়ী চুৰি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 4, 2018 8:22 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

126
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত বাসগৃহৰ সন্মুখৰ পৰাই যোৱা নিশা এখন বলে’ৰ গাড়ী চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিছু দিন পূৰ্বে বিধায়কগৰাকীৰ বাসগৃহৰ পৰা ২শ মিটাৰ আঁতৰৰ চেগুনবাৰী চেণ্ট জে’মছ বিদ্যালয়ৰ সমীপৰ পৰাও হোণ্ডাই কোম্পানীৰ এখন বিলাসী গাড়ী চুৰি হোৱাৰ পিছত যোৱা নিশা তেওঁৰ বাসগৃহৰ সন্মুখৰ পৰা নোহোৱা হয় আন এখন গাড়ী।

এ এচ ২৩ আৰ ৯৪৩৮ নম্বৰৰ বগা ৰঙৰ  বলে’ৰ খনৰ গৰাকী প্ৰণৱ ফুকনে গাড়ীখন ৰখাই থোৱা স্থানত নাপাই মাৰ্ঘেৰিটা আৰক্ষীক অৱগত কৰে। মাৰ্ঘেৰিটা আৰক্ষীয়ে গাড়ীখনৰ সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰেৰণৰ সময়লৈকে আৰক্ষীয়ে গাড়ীখনৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে বিধায়কৰ বাসগৃহৰ সন্মুখৰ পৰাই চোৰে এইদৰে গাড়ী লৈ যোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ স্থানীয় ৰাইজে কয়, ‘অন্য ঠাইৰ কথা বাদেই বিধায়কৰ ঘৰৰ সন্মুখতে চোৰৰ পৰা সুৰক্ষিত নহয় দামী দামী গাড়ী।’

উল্লেখযোগ্য যে বিধায়ক ভাস্কৰ শৰ্মাক আলফা স্বাধীনে নিৰ্বাচনৰ পূৰ্বৰ পৰাই ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা কটকটীয়া কৰাৰ লগতে বাসগৃহ তথা কাৰ্য্যালয়তো অসম আৰক্ষীয়ে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছিল, ইয়াৰ পিছতো বাসগৃহৰ সন্মুখৰ পৰা বলে’ৰ গাড়ী চুৰি হোৱা কাৰ্যই অঞ্চলটোত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd