• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মি: ৰাজকুমাৰৰ শ্ব’ৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ভৰ্ৎসনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2018 4:00 pm

2 min read

raj-570x320
177
VIEWS
Share on FacebookShare on Twitter

ৰাজকুমাৰ ঠাকুৰীয়াৰ অত্যুৎসাহী গুণমুগ্ধসকলে, যিসকলৰ ফেচবুক পেজত তেওঁক গায়ক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক হিচাপে আখ্যায়িত কৰা হৈছে,সেইগৰাকী ব্যাক্তিক আমন্ত্ৰণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ শ্ব’ অনুষ্ঠিত কৰিলে।

ৰাজকুমাৰ ঠাকুৰীয়াই মি: ৰাজকুমাৰ হিচাপে পৰিচিত হোৱাটো পছন্দ কৰে।

তেওঁৰ গুণমুগ্ধসকলৰ এই অনুকৰণীয় প্ৰচেষ্টাৰ শলাগ লৈও ক’ব পাৰি যে এখন সুপ্ৰতিষ্ঠিত কেন্দ্ৰীয় বিশ্বিদ্যালয়ত প্ৰদৰ্শন আগবঢ়াব পৰাকৈ উপযুক্ত হয় নে সেয়া বিচাৰ্যৰ বিষয়।

অসমৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে এই ঘটনা সম্পৰ্কত ফেচবুক আৰু টুইটাৰযোগে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।u-300x240

তেওঁ ফেচবুকত লিখিছে, ‘এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক এখন মঞ্চ আগ বঢ়োৱাটো সঁচাকৈয়ে লজ্জাজনক। এইটো ঠিক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ধিনচুক পূজা আমন্ত্ৰণ কৰাৰ দৰে কথা। মি: ৰাজকুমাৰৰ বিৰুদ্ধে তথা তেওঁৰ ভিডিঅ’ চোৱা, উপভোগ কৰা সকলৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ নাই। কিন্তু নিঃকিন পপ সংগীতৰ বাবে এখন বিশ্ববিদ্যালয় মঞ্চ হ’ব নোৱাৰে। সম্ভৱতঃ ইয়াৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট প্ৰদান কৰিব।

আকৌ মই জানিব পাৰিছো যে মুক্তি পাব লগীয়া অসমীয়া ছবি ‘কেলেণ্ডাৰ’ৰ নিৰ্মাতাই ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিবলৈ অনুমতি বিচাৰি পঠোৱা মেইলৰ উত্তৰো আনকি তেজপুৰ বিশ্ববিদ্যালয়ে দিয়া নাছিল।

উৎপল বৰপজাৰীয়ে টুইটাৰত লিখিছে:- এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক মঞ্চ প্ৰদান কৰাটো আৰু এক সফল কাহিনীৰ আঁৰৰ ব্যক্তি হিচাপে অভিহিত কৰাটো অত্যন্ত লজ্জাজনক।

বিশ্ববিদ্যালয়খনৰ ৰাজকুমাৰ ঠাকুৰীয়াৰ ‘ফেন ক্লাব’-এ তেওঁক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱাত আগভাগ লৈছিল। তেওঁৰ গুণমুগ্ধসকলৰ অত্যুৎসাহক প্ৰশংসা কৰিও মনত প্ৰশ্ন হয় যে কেন্দ্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক ব্যক্তিগত স্থানত প্ৰদৰ্শনৰ অনুমতি দিয়াৰ পৰিৱৰ্তে কিয় বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰাৰ অনুমতি দিলে?

 

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd