• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মি: ৰাজকুমাৰৰ শ্ব’ৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ভৰ্ৎসনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 2:14 pm
raj-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজকুমাৰ ঠাকুৰীয়াৰ অত্যুৎসাহী গুণমুগ্ধসকলে, যিসকলৰ ফেচবুক পেজত তেওঁক গায়ক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক হিচাপে আখ্যায়িত কৰা হৈছে,সেইগৰাকী ব্যাক্তিক আমন্ত্ৰণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ শ্ব’ অনুষ্ঠিত কৰিলে।

ৰাজকুমাৰ ঠাকুৰীয়াই মি: ৰাজকুমাৰ হিচাপে পৰিচিত হোৱাটো পছন্দ কৰে।

Apply Now

তেওঁৰ গুণমুগ্ধসকলৰ এই অনুকৰণীয় প্ৰচেষ্টাৰ শলাগ লৈও ক’ব পাৰি যে এখন সুপ্ৰতিষ্ঠিত কেন্দ্ৰীয় বিশ্বিদ্যালয়ত প্ৰদৰ্শন আগবঢ়াব পৰাকৈ উপযুক্ত হয় নে সেয়া বিচাৰ্যৰ বিষয়।

অসমৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে এই ঘটনা সম্পৰ্কত ফেচবুক আৰু টুইটাৰযোগে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।u-300x240

তেওঁ ফেচবুকত লিখিছে, ‘এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক এখন মঞ্চ আগ বঢ়োৱাটো সঁচাকৈয়ে লজ্জাজনক। এইটো ঠিক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ধিনচুক পূজা আমন্ত্ৰণ কৰাৰ দৰে কথা। মি: ৰাজকুমাৰৰ বিৰুদ্ধে তথা তেওঁৰ ভিডিঅ’ চোৱা, উপভোগ কৰা সকলৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ নাই। কিন্তু নিঃকিন পপ সংগীতৰ বাবে এখন বিশ্ববিদ্যালয় মঞ্চ হ’ব নোৱাৰে। সম্ভৱতঃ ইয়াৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট প্ৰদান কৰিব।

আকৌ মই জানিব পাৰিছো যে মুক্তি পাব লগীয়া অসমীয়া ছবি ‘কেলেণ্ডাৰ’ৰ নিৰ্মাতাই ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিবলৈ অনুমতি বিচাৰি পঠোৱা মেইলৰ উত্তৰো আনকি তেজপুৰ বিশ্ববিদ্যালয়ে দিয়া নাছিল।

উৎপল বৰপজাৰীয়ে টুইটাৰত লিখিছে:- এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক মঞ্চ প্ৰদান কৰাটো আৰু এক সফল কাহিনীৰ আঁৰৰ ব্যক্তি হিচাপে অভিহিত কৰাটো অত্যন্ত লজ্জাজনক।

বিশ্ববিদ্যালয়খনৰ ৰাজকুমাৰ ঠাকুৰীয়াৰ ‘ফেন ক্লাব’-এ তেওঁক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱাত আগভাগ লৈছিল। তেওঁৰ গুণমুগ্ধসকলৰ অত্যুৎসাহক প্ৰশংসা কৰিও মনত প্ৰশ্ন হয় যে কেন্দ্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক ব্যক্তিগত স্থানত প্ৰদৰ্শনৰ অনুমতি দিয়াৰ পৰিৱৰ্তে কিয় বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰাৰ অনুমতি দিলে?

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd