• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ কাৰ্যালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 12, 2018 4:20 pm

1 min read

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ কাৰ্যালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ
236
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলা ভ্ৰমণলৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জিলাখনৰ কদম ৰাজহ চক্ৰ কাৰ্যালয় আকস্মিক পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰী কাম-কাজৰ লগতে কাৰ্যালয়টোৰ সামগ্ৰীক পৰিৱেশৰ বুজ লয়।

পৰিদৰ্শনকালত মুখ্য মন্ত্ৰী গৰাকীয়ে কৰ্মচাৰী সকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে প্ৰয়াস কৰিছে আৰু সেই লক্ষ্য সাৰোগত কৰি চৰকাৰী কাৰ্যালয়সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগিব।

আনহাতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত নেতৃস্থানীয় নাগৰিকসকলৰ সৈতে নিয়মিতভাৱে সভা অনুষ্ঠিত কৰি ৰাইজকো চৰকাৰী কাম-কাজৰ বিশেষ অংশ হিচাপে জড়িত কৰিবলৈ ৰাজহ চক্ৰ বিষয়া গৰাকীক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু আৰু উপায়ুক্ত ড০ জীৱন বিও উপস্থিত থাকে।

Recent News

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd