• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিভাৰৰ জটিল ৰোগত আক্ৰান্ত কণমানি কাব্যশ্ৰীৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে মাতৃ বিনু ভূঞাই

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , July 6, 2018 7:02 pm

2 min read

লিভাৰৰ জটিল ৰোগত আক্ৰান্ত কণমানি কাব্যশ্ৰীৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে মাতৃ বিনু ভূঞাই
242
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ মাছেগাঁৱৰ এটি কণমানি শিশু, যাৰ এতিয়া ল’ৰি-ঢাপৰি ফুৰাৰ বয়স, পখিলা খেদাৰ বয়স। কিন্তু অজানিতে অহা দুৰ্যোগে কাঢ়ি নিব ওলাইছে শিশুটিৰ জীৱনৰ সকলো আনন্দ। ৰং-ধেমালিৰ মাজেৰে জীৱন আৰম্ভ হোৱাৰ সময়তে কাব্যশ্ৰী বৰুৱা নামৰ এই ফুল-কুমলীয়া শিশুটি আক্ৰান্ত হৈছে লিভাৰৰ দুৰাৰোগ্য ৰোগত।

দুৰ্ভগীয়া এই শিশুটিৰ জটিল ৰোগৰ চিকিৎসা কৰি ইতিমধ্যে নিঃসম্বল হৈ পৰা অভিভাৱকে শিশুটিক বাহিৰলৈ নি উন্নত চিকিৎসা কৰাবলৈ শক্তি হেৰুৱাই পেলাইছে। ফলত সন্মুখত ভুক্তভোগী হৈ থকা দেখিও অসহায় হৈ চাই থকাৰ বাদে একো কৰিব পৰা নাই।

জানিব পৰা মতে মাক বিনু ভূঞাই কাব্যশ্ৰীক আৰোগ্য কৰাৰ বাবে ডিব্ৰুগড়, গুৱাহাটীকে ধৰি কেইবা ঠাইতো চিকিৎসা কৰাইছে যদিও কাব্যশ্ৰী আৰোগ্য হোৱা নাই। গুৱাহাটীৰ চিকিৎসকে কাব্যশ্ৰীক উন্নত চিকিৎসাৰ বাবে ভেলোৰ বা হায়দৰাবাদলৈ নিবলৈ পৰামৰ্শ দিছে। কিন্তু ইতিমধ্যে কাব্যশ্ৰীৰ চিকিৎসাৰ নামত নিসম্বল হৈ পৰা অভিভাৱক আৰ্থিক সমস্যাত পৰি সন্মুখত আন্ধাৰ দেখিছে।

গতিকে কাব্যশ্ৰীক আৰোগ্য কৰি তোলাৰ বাবে বিনু ভূঞাই হৃদয়ৱান লোকৰ পৰা আৰ্থিক সাহায্য বিচাৰি আবেদন জনাইছে।

আনহাতে কণমানি কন্যা শিশুগৰাকীক আৰোগ্য কৰি তোলাত সহায়ৰ হাত আগবঢ়াব বিচৰা লোকে কাব্যশ্ৰীৰ মাতৃ বিনু ভূঞাৰ ইউনাইটেড বেংক মাৰ্ঘেৰিটা শাখাৰ একাউণ্ট নং 0018010164894 (IFSC কড- UTBI0MGT340) ত অৰ্থ সাহায্য আগবঢ়াব পাৰিব অথবা 9365027749 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd