• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ হতাশাত শিলচৰত এজন বৃদ্ধৰ আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 5:07 pm
103
VIEWS
Share on FacebookShare on Twitter

শিলচৰত সোমবাৰে এগৰাকী বৃদ্ধই এন আৰ চি সংক্ৰান্তিয় বিভ্ৰাটৰ বাবে মানসিক চাপত ভূগি আত্মহত্যাৰ পথ বাচি লয়। আত্মহত্যাৰ পথ বাচি লোৱা ৬০ বছৰীয়া বৃদ্ধা গৰাকী বিজিত সেন বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিৱাসী বিজিত সেনে এন আৰ চিৰ খচৰাত নিজৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰি আত্মহত্যাৰ দৰে পথ বাচি লয়।

আনহাতে ৩১ ডিচেম্বৰৰ নিশা প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত বিজিত সেনৰ নাম অন্তৰ্ভুক্ত আছিল যদিও সেনৰ পত্নীৰ নাম এন আৰ চিৰ প্ৰথম খচৰাৰ পৰা বাদ পৰি ৰৈছিল। ফলত সেনৰ পত্নীৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হ’ব নে নাই সেই লৈ চিন্তা কৰি মানসিকভাৱে ভাগি পৰিছিল। অৱশেষত সেনে আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয়।

উল্লেখযোগ্য যে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে অাত্মহত্যা কৰা ঘটনা ৰাজ্যখনত এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে আক্ৰাম উদ্দিন বৰভূঞা নামৰ এজন ব্যক্তিয়ে এন আৰ চিৰ নিৰীক্ষণৰ বাবে নথি-পত্ৰ যোগাৰ কৰিব নোৱাৰি আত্মহত্যা কৰাৰ বিপৰীতে গোৱালপাৰাত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে নিজৰ জীয়েকৰ এন আৰ চিৰ নথি-পত্ৰ পুনৰ নিৰীক্ষণৰ বাবে জাননী লাভ কৰাৰ বাবে আত্মহত্যা কৰিছিল।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd