• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছিৰ শিপিনীসকললৈ সু-খবৰ : ১০ শতাংশ ৰেহাই মূল্যত পাব পাট সূতা

NE NOW NEWS এন ই নাও নিউজ
শুৱালকুছি , March 24, 2018 8:30 am

2 min read

Representative-Image-678x381
111
VIEWS
Share on FacebookShare on Twitter

শুৱালকুছিৰ তাঁত শিপিনীসকললৈ পুনৰ এক সু-খবৰ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় হস্ত-তাঁত উন্নয়ন নিগমে। ৰাষ্ট্ৰীয় হস্ত-তাঁত উন্নয়ন নিগম চমুকৈ এন এইচ ডি চিয়ে শুৱালকুছিৰ শিপিনীসকললৈ ১০ শতাংশ ৰেহাই মূল্যত পাট সূতা যোগানৰ বাবে এক আঁচনিৰ পৰিকল্পনা কৰিছে।

শুকুৰবাৰে বিয়লি ৪ বজাত স্থানীয় তাঁত শিল্প উন্নয়ন সমিতিৰ কাৰ্যালয়ত হোৱা এক সংবাদমেলত নিগমৰ আঞ্চলিক প্ৰবন্ধক নিলেশ সমুদেৱে কয়-এই সূতাৰ ভঁৰালৰ জৰিয়তে এগৰাকী শিপিনীক এখন তাঁতশালৰ বিনিময়ত মাহেকত ৪ কিলোগ্ৰামকৈ ১০ শতাংশ ৰেহাই মূল্যত সূতা যোগান ধৰা হ’ব।

উল্লেখ্য যে শিপিনীসকলে এই সুবিধা গ্ৰহণ কৰিবলৈ হ’লে নিজৰ নিজৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰি ল’ব লাগিব। এই পৰিচয় পত্ৰৰ বাবে অহা ২৭ মাৰ্চৰ পৰা শুৱালকুছিস্থিত কলিতাপাৰাৰ ৰেচম পৰীক্ষাগাৰৰ কাৰ্যালয়ৰ পৰা প্ৰ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। আৰু শিপিনীসকলে অহা ১০ এপ্ৰিলৰ ভিতৰত প্ৰ পত্ৰসমূহ জমা দিব লাগিব।

এই আঁচনিৰ জৰিয়তে শুৱালকুছিৰ প্ৰায় ৫ শহস্ৰাধিক শিপিনীয়ে লাভান্বিত হ’ব বুলি নিগমে প্ৰকাশ কৰে। নিগমে পূৰ্বতে শুৱালকুছিত ৬টা সূতাৰ ভঁৰাল বেচৰকাৰী অনুষ্ঠানক অনুমোদন জনাইছিল যদিও বিতৰণ ব্যৱস্থাত যথেষ্ট লুণ্ঠন চলা বাবে শিপিনীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে।

সেয়ে নিগমে এইবাৰ নিজৰ তত্ত্বাৱধানত এই ভঁৰাল তদাৰক কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে তাঁত শিল্প উন্নয়ন সমিতিৰ সম্পাদকদ্বয় ড০ নিহাৰৰঞ্জন কলিতা আৰু বিপুল বৈশ্যই।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd