DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰ-তেজপুৰৰ ফাষ্ট ট্ৰেক ক’ৰ্টত বন্য প্ৰাণী সংক্ৰান্তীয় গোচৰৰ নিষ্পত্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 10:20 pm
শোণিতপুৰ-তেজপুৰৰ ফাষ্ট ট্ৰেক ক’ৰ্টত বন্য প্ৰাণী সংক্ৰান্তীয় গোচৰৰ নিষ্পত্তি
97
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ-তেজপুৰৰ ফাষ্ট ট্ৰেক ক’ৰ্টৰ এটা উল্লেখযোগ্য সাফল্যৰ স্বাক্ষৰ স্বৰূপে স্থবিৰ হৈ থকা বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰৰ আজি নিষ্পত্তি কৰা হয়। ইতিপূৰ্বে বন্য প্ৰাণী সংক্ৰান্তীয় এই গোচবোৰ নিয়মীয়া আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱা হৈছিল যদিও ইয়াৰ নিষ্পত্তি লেহেমীয়া তথা নিৰৎসাহজনক আছিল। ফলত এই গোচৰবোৰ নিষ্পত্তি কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন জিলাৰ জ্যেষ্ঠতম অতিৰিক্ত জিলা আৰু খণ্ড বিচাৰপতিসকলক লৈ ফাষ্ট ট্ৰেক ক’ৰ্ট গঠন কৰি দিছিল। এই বছৰৰ আৰম্ভণিতে শোণিতপুৰ জিলাৰ জ্যেষ্ঠতম অতিৰিক্ত জিলা আৰু খণ্ড বিচাৰপতি দাৰাক উল্লাহে ইয়াৰ বাবে এখন কৰ্ম আঁচনি প্ৰস্তুত কৰিছিল, য’ত তেওঁৰ আদালতত পৰি থকা বন্য প্ৰাণী সম্পৰ্কীয় ১৩ টা গোচৰৰ নিষ্পত্তি কৰাৰ লক্ষ্য লৈছিল। অক্টোবৰৰ লৈকে আন ১৬ টা গোচৰ আহিছিল। অৱশেষত আদালতখনে যোৱলা ৩১ অক্টোবৰ পৰ্য্যন্ত অহা সকলো গোচৰৰ নিষ্পত্তি কৰিবলৈ সক্ষম হয়, য’ত কিছুমানক কাৰাদণ্ড দিয়াৰ লগতে আন কিছুমানক জৰিমনা বিহা হয়। জমা কৰা জৰিমনাৰ ধনখিনি অসমৰ মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়কলৈ প্ৰেৰণ কৰা হয় আৰু এটা নিৰ্দেশনাও লগতে প্ৰেৰণ কৰা হয় যে উক্ত ধনখিনি বন্য প্ৰাণীৰ কল্যাণৰ বাবে খৰচ কৰা হ’ব। আজি এটা চৰকাৰী সূত্ৰই এইদৰে জানিবলৈ দিয়ে এন ই নাওক।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd