• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ পুনৰ নিৰ্মাণৰ দায়িত্ব বি জে পি দলেই ল’ব : মুখপাত্ৰ বনমালী বড়ো

by
March 15, 2018 7:44 pm
শ্যামা প্ৰসাদ
139
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰা কাৰ্যক ৰাজ্যিক বি জে পিৰ মুখপাত্ৰ বনমালী বড়োৱে কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

আজি সন্ধিয়া ঘটনাস্থলী পৰিদৰ্শন কৰি দলটেৰ মুখপাত্ৰ বড়োৱে মূৰ্তি ভঙা অপকাণ্ডত জড়িত থকা প্ৰকৃত অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা ল’বলৈ কয়।

আনহাতে, দুৰ্বৃত্তই ভঙা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব বি জে পি দলেই ল’ব বুলি বি জি পি নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ লোকৰ আগত মন্তব্য কৰে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত মানিক সৰকাৰ নেতৃত্বাধীন চিপিআই(এম) চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ পাছৰে পৰা দেশত মূৰ্তি ভঙা কাৰ্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ চহৰৰ ৪ নং ৱাৰ্ডৰ ৰামকৃষ্ণ পথত থকা বি জে পিৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ক্ষতিসাধন কৰা কাৰ্যক বুধবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তীব্ৰ ভাষাৰে গৰিহণা দিছিল।

এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰীয়ে এনে কাৰ্যক কোনোপধ্যে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ ক্ষতি সাধন কৰা কাৰ্যত জড়িত থকা দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছিল।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd