DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্মুখত থানা দেখি চোৰে বোকাখাতৰ পথতে এৰি থৈ গ’ল চুৰ কৰি অনা বলেৰ’ গাড়ী

উত্তম শইকীয়া by উত্তম শইকীয়া
June 23, 2018 11:01 pm
Bolero

চুৰ কৰি আনি এৰি থৈ যোৱা ব'লেৰোখন।

88
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত শনিবাৰে পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন ক’লা বৰণৰ বলেৰ’ গাড়ী৷ মেঘালয়ৰ পৰা চুৰ কৰি অনা গাড়ীখন পুৱতি নিশা বোকাখাততে এৰি ৰহস্যজনকভাৱে পলায়ন কৰে গাড়ীৰ চোৰ৷ পাছত নিশাৰ পহৰাত থকা আৰক্ষীয়ে গৰাকীবিহীন গাড়ীখন পাই বোকাখাত আৰক্ষী থানালৈ আনি অনুসন্ধান আৰম্ভ কৰে৷

এম এল ০৫-জে ২৬২৬ নম্বৰৰ গাড়ীখনৰ বিষয়ে মেঘালয় আৰক্ষীৰে যোগাযোগ কৰি বোকাখাত আৰক্ষীয়ে গাড়ীখন মেঘালয়ৰ পৰা চুৰ কৰি অনা বুলি জানিব পাৰে৷

উল্লেখযোগ্য যে সন্মুখত বোকাখাত আৰক্ষী থানা দেখি ধৰা পৰাৰ ভয়তো গাড়ীখন চোৰে এৰি যোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে চোৰে গাড়ীখন বোকাখাতত এৰি যোৱাৰ আচল কাৰণ এতিয়াও অন্ধকাৰত৷

ইতিমধ্যে গাড়ীখনৰ বিষয়ে অনুসন্ধান কৰিবৰ বাবে ২৪ জুনত মেঘালয় আৰক্ষী বোকাখাতলৈ অহাৰ কথা৷

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd