• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ দাবীত কৰ্মচাৰীসকলে ঘৰ্মঘট অব্যাহত ৰাখিলে ভেৰোণীয়া কৰ্মচাৰীৰে কাম চলাব মণিপুৰ চৰকাৰে

সভাপতি চামম by সভাপতি চামম
March 26, 2018 8:38 pm
BirenSing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আজি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰখনে কাৰো সৈতে বিবাদ নিবিচাৰে। লাগিলে সি কোনো ব্যক্তিয়েই হওক, কোনো সংঘঠনেই হওক। তেওঁৰ চৰকাৰে সকলো বিষয় আলোচনাৰ মাধ্যমেৰে সমাধা কৰিব বিচাৰে।

আজি সংবাদ মাধ্যমৰ লোকে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ দাবীত চলাই থকা কৰ্ম বিৰতি ধৰ্মঘট সম্পৰ্কত কৰা এটা প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীজনে এইদৰে কয়। তেওঁক এই প্ৰশ্ন সোধা হৈছিল তেওঁৰ Meeyamgi Numit নামৰ মাহকীয়া এটা জনপ্ৰিয় অনুষ্ঠানৰ আজিৰ কাৰ্য্যসূচীৰ মাজতে।

Apply Now

উল্লেখযোগ্য যে অল মণিপুৰ ট্ৰেইড য়ুনিয়ন কাউন্সিল আৰু অল মণিপুৰ গৱৰ্নমেণ্ট এমপ্লয়ীজ অ’ৰ্গেনাইজেইশ্যনৰ যুটীয়া কাৰ্য ৰূপায়ণ সমিতি (Joint Action Committee)য়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে যোৱা ২২ মাৰ্চৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ দাবীত কৰ্ম বিৰতি পালন কৰি আছে।

চৰকাৰ এতিয়া এই ধৰ্ণাকাৰী আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে ‘কাম নকৰা দিনৰ দৰমহা নাই’ নীতি আৰোপ কৰিবলৈ বাধ্য হোৱাৰ পথত।

মুখ্য মন্ত্ৰীজনে জনাইছে যে তেওঁ ইতিপূৰ্বে যুটীয়া কাৰ্য্য ৰূপায়ণ সমিতি (JAC)ক জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত সোমবাৰৰ পৰা পুনৰ স্বাভাৱিক কৰ্মদিনলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল।

প্ৰাশাসনিক সচিবসকল আৰু বিভাগীয় মুৰব্বীসকলৰ সৈতে যোৱা ২৩ মাৰ্চত এই সম্পৰ্কত এখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু যদিহে যুটীয়া কাৰ্য্য ৰূপায়ণ সমিতিয়ে (JAC) এই আহ্বানক আওকাণ কৰে তেন্তে চৰকাৰে পৰি থকা কামবোৰ, বিশেষকৈ মাৰ্চ-এণ্ডিঙৰ কামবোৰ কৰিবলৈ উপযুক্ত লোকক ভেৰোণীয়াকৈ হ’লেও আনি কাম কৰিবলৈ প্ৰশাসনিক সচিবসকলক কৰ্তৃত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে মণিপুৰত মুঠ ৯৮,৮৪৫ জন চৰকাৰী কৰ্মচাৰী আছে আৰু ৪৫,৫২৩জন পেন্সনাৰ আছে। এইসকলক সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা, পেন্সন দিবলৈ হ’লে বছৰি অতিৰিক্ত ১৪০০ কোটি টকাৰ প্ৰয়োজন হ’ব।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd