• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাৰিত সেনা, আৰক্ষীৰ যুটীয়া অভিযানত আটক আলফাৰ লিংকমেন

NE NOW NEWS এন ই নাও নিউজ
সোণাৰি , March 7, 2018 10:08 pm

1 min read

আৰক্ষীৰ
81
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে সোণাৰিত সেনা আৰক্ষীয়ে যুটীয়া অভিযান চলাই অস্ত্ৰসহ আলফাৰ লিংকমেন আটক কৰে।

প্ৰাপ্ত তথ্য মতে সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই  সোণাৰৰিৰ চোনীগুদামৰ পৰা প্ৰশান্ত চুতীয়া নামৰ আলফাৰ লিংকমেনজনক আটক কৰে।

উল্লেখযোগ্য যে সেনা আৰু সোণাৰি আৰক্ষীৰ জালত পৰা ধৃত লিংকমেন জনে সোণাৰিৰ নামতোলা পথৰ চেনীগুদামৰ পৰা নাগালেণ্ডলৈ যোৱাৰ পথতে সেনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক চুতীয়াক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনৰ ঘৰ চৰাইদেউ লেঙীবৰত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে ধৃত লিংকমেনজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত সেনাই আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd