• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বচ্ছ ভাৰত মিচনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , March 5, 2018 6:41 pm

2 min read

Cleanliness awareness program
370
VIEWS
Share on FacebookShare on Twitter

ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ‍্যে আজি ডিমৌৰ ছেইন্ট জনছ্ স্কুলত এখন সজাগতা সভা অনুষ্ঠিত হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী কৰবী সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সভাৰ উদ্দেশ্য বাখ‍্যা কৰে দুৰ্গামাধৱ দিহিঙীয়াই।

সভাখনত স্বচ্ছ ভাৰত অভিযানৰ ডিমৌ নগৰ সমিতিৰ ব্ৰেণ্ড এম্বেচাদৰ তথা জেষ্ঠ সাংবাদিক শেখৰজ্যোতি দুৱৰীয়ে ছাত্ৰ ছাত্ৰী সকলক স্বচ্ছতা,পৰিস্কাৰ পৰিচ্ছন্নতাক নিজৰ জীৱনৰ এক কৰ্তব্যৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

ডিমৌৰ সমূহ নগৰবাসীক নিজৰ নগৰখনক এখন স্বচ্ছ, পৰিচ্ছন্ন নগৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন সাৰ্থক কৰিবলৈ হ’লে নিজৰ ঘৰ, বিদ্যালয়, গাঁও-নগৰৰ পৰা স্বচ্ছতাৰ অভিযান আৰম্ভ কৰিব লাগিব।

সভাত বিদ্যালয়খনৰ ভাস্কৰ শৰ্মা,পলী চেতিয়া,ডিমৌ নগৰ সমিতিৰ দিব্যৰঞ্জন গগৈ আদি উপস্থিত থাকি স্বচ্ছতাৰ ওপৰত ব্যক্তব্য আগবঢ়ায়।

সভাত উপস্থিত ৰাইজে ডিমৌ অঞ্চলৰ চুকে-কোণে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে সময়ে সময়ে লৈ অহা বিভিন্ন পদক্ষেপক শলাগ লয়।

ইতিমধ্যে এইলানি সজাগতা সভাৰ অংশস্বৰূপে ২৭ ফেব্ৰুৱাৰীত ডিমৌ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হৈ গৈছে আৰু অহা ৬ মাৰ্চত কলিয়াপানী প্ৰাথমিক বিদ্যালয়ত,৭ মাৰ্চত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত,৮ মাৰ্চত হলি কিডছ স্কুল আৰু ৯ মাৰ্চত ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনত স্বচ্ছ ভাৰত অভিযানৰ অধীনত সজাগতা সভা অনুস্থিত হ’ব বুলি ডিমৌ নগৰ সমিতিয়ে জানিবলৈ দিছে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd