• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগ আৰু আছুৰ উদ্যোগত কলপুলি ৰোপণ

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
July 16, 2018 2:24 pm
Namrup-banana-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ পাটকাই পৰ্বতৰ নামনিত অৱস্থিত নামৰূপত বিগত প্ৰায় তিনি বছৰত হাতী মানুহৰ সংঘাত এটা শংকাজনক মাত্ৰাত বাঢ়ি আহিছে। যোৱা কেইবছৰত  পাটকাই পৰ্বতৰ পৰা নামি অহা বনৰীয়া হাতীয়ে এই অঞ্চলটোৰ গাঁওবাসীসকলৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে, শস্য পথাৰ তছনছ কৰিছে আনকি মানুহকো হত্যা কৰিছে। নামৰূপত হাতী-মানুহৰ সংঘাত এতিয়া এটা সাধাৰণ ঘটনাত পৰিণত হৈ পৰিছে।

এই এলেকাটোত ক্ৰমে বাঢ়ি অহা হাতী-মানুহৰ সংঘাত লাঘৱ কৰাৰ বাবে নামৰূপ ফৰেষ্ট বীট অফিচ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ গোটে কালি পাটকাই পৰ্বতৰ সীমান্তৱৰ্তী এলেকাসমূহত কলপুলি ৰোপণৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কলপুলি ৰোপণৰ কাৰ্যসূচীত স্থানীয় জনসাধাৰণেও সহায়ৰ হাত আগবঢ়ায়। হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ তথা খাদ্যৰ অভাৱৰ হেতুকে হাতীয়ে মানুহৰ বসতি এলেকাত প্ৰৱেশ কৰাটো হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

নামৰূপ অৰণ্যৰ বীট অফিচৰ বিষয়াসকলে আৰু আছুৰ নেতাসকলে জনাইছে যে প্ৰথম বাৰৰ বাবে নামৰূপ ফৰেষ্ট বীট অফিচ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ গোটে পৰ্যায়ক্ৰমে প্ৰায় ৫০০০ হাজাৰ কলপুলি ৰোপণ কৰা আৰম্ভ কৰিছে। তেওঁলোকে আৰু জনাইছে যে এই কলপুলি ৰোপণ কৰা কাম প্ৰতি ৰবিবাৰে কৰা হ’ব আৰু এই কাম আগষ্ট মাহলৈকে চলি থাকিব।

কলপুলি ৰোপণ কাৰ্যসূচীত হাত উজান দিবলৈ অহা স্থানীয় গাঁৱবাসীয়ে আয়োজকসকলৰ এই কামৰ ভূয়সী প্ৰশংসা কৰিছে।

এই কলপুলি ৰোপণ কাৰ্যসূচীত ‘বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, নামৰূপ আঞ্চলিক’, পানীচুকীয়া বনগাঁও আৰু চাক্য গাঁওৰ প্ৰতিনিধিসকল উপস্থিত আছিল।

উল্লেখ্য যে কালি অনুষ্ঠিত হোৱা কলপুলি ৰোপণ কাৰ্যসূচীটোত ১০০তকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল।

অক্ষয় প্ৰণব কলিতা

অক্ষয় প্ৰণব কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd