• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৩ জনকৈ ডকাইতক ধৰিলে দৰং আৰক্ষীয়ে : নগদ ধন, সোণৰ অলংকাৰ, ম’বাইল হেণ্ডছেট উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
ছিপাঝাৰ , December 20, 2017 4:39 pm

1 min read

১৩ জনকৈ ডকাইতক ধৰিলে দৰং আৰক্ষীয়ে : নগদ ধন, সোণৰ অলংকাৰ, ম’বাইল হেণ্ডছেট উদ্ধাৰ

আৰক্ষীয়ে আটক কৰা ডকাইতকেইজন।

76
VIEWS
Share on FacebookShare on Twitter

দৰং আৰক্ষী আজি ১৩ জন ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ডকাইতকেইজনৰ পৰা ২.১৪ লাখ নগদ টকা, প্ৰায় ২ লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ, কেইবাটাও ম’বাইল হেণ্ডছেট আৰু চোকা অস্ত্ৰৰ লগতে এখন টাটা ছুম’ গাড়ীও উদ্ধাৰ কৰে। জানিব পৰা মতে, ডকাইতকেইজনে ছিপাঝাৰ আৰক্ষী থানাৰ অধীনৰ ৰূপৰো চক নামৰ গাওঁখনৰ ৰফিকুল হকৰ ঘৰত যোৱা ৰাতি ডকাইতি কৰি আহিছিল। তেওঁলোকক মঙলদৈ আৰক্ষী থানাৰ এটা তহলদাৰী দলে বামুণপাৰাৰ ওচৰত আটক কৰে। উদ্ধাৰ কৰা টাটা ছুম’ গাড়ীখনৰ পঞ্জীয়ন নং AS 01 AM 1821 বুলি জানিব পৰা গৈছে। আটক কৰা ডকাইতকেইজন ধুলা, খাৰুপেটীয়া, আৰু মঙলদৈ আৰক্ষী থানাৰ বিভিন্ন ঠাইৰ পৰা অহা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। ড্ৰাইভাৰজনৰ ঘৰ বাক্সা জিলাত বুলি জানিব পৰা গৈছে। আনহাতে ডকাইতৰ দলটোৰে কেইজনমান এখন অল্ট গাড়ীত উঠি পলাই যায় বুলিও আৰক্ষীৰ সূত্ৰটোৱে জনাইছে।

Recent News

rakeshtikait-1613549030

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

Roselina and Bishmita

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

WhatsApp Image 2021-03-07 at 12.32.59 PM

এটা চীনা মাটিৰ বাটিৰ দাম ৩.৬কোটি টকা! আচলতে কি আছেনো ইয়াত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd