• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০ জুলাইৰ পৰা দেশজোৰা অনিৰ্দিষ্টকালীন চকাবন্ধলৈ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সমৰ্থন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 14, 2018 10:27 am

1 min read

চকাবন্ধ

প্ৰতিনিধিত্বমূলক ফটো

120
VIEWS
Share on FacebookShare on Twitter

অহা ২০ জুলাইৰ পৰা অনিৰ্দিষ্ট কাললৈ নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।

সন্থাই অসমৰ ব্যাৱসায়িক যান-বাহনৰ ভাৰা শীঘ্ৰে পুনৰ নিৰ্ধাৰণ কৰা, আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে অধিগ্ৰহণ কৰা গাড়ীৰ ভাৰা পুনৰ নতুনকৈ নিৰ্ধাৰণ কৰি পুনৰ জাননী জাৰি কৰাৰ দাবীত অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্যসূচীলৈ সমৰ্থন জনোৱাৰ কথা সদৰী কৰিছে।

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে এটা বিবৃতিযোগে চকা বন্ধৰ সময়ছোৱাত বান সাহায্য কঢ়িয়াই নিয়া যান-বাহন, গাখীৰ, পানী, বিজুলী আৰু ৰোগী কঢ়িওৱা যান-বাহনক ৰেহাই দিয়াৰ কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, প্ৰেট্ৰলজাত সামগ্ৰী জি এছ টিৰ অধীনলৈ অনা, দেশত টোলগে’ট ব্যৱস্থা বন্ধ কৰা আৰু প্ৰতি বছৰে অত্যধিক হাৰত থাৰ্ড পাৰ্টি বীমা কৰ বৃদ্ধিৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীত নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে ২০ জুলাইৰ পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উক্ত চকাবন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কিয়নো চকাবন্ধৰ ফলত ৰাজ্যৰ বাহিৰৰ পৰা আহিবলগীয়া নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিলে বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd