• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাখিনেৰ হিংসাত্মক ঘটনাত ভগনীয়া হোৱা লোকৰ সংখ্যা ৫ লাখ : প্ৰথমবাৰলৈ ঘোষণা ম্যানমাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 15, 2018 4:17 pm

1 min read

ৰাখিনেৰ হিংসাত্মক ঘটনাত ভগনীয়া হোৱা লোকৰ সংখ্যা ৫ লাখ : প্ৰথমবাৰলৈ ঘোষণা ম্যানমাৰৰ

ম্যানমাৰৰ পৰা পলাই অহা ভগনীয়া শিশু

85
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ ৰাখিনে প্ৰদেশত হোৱা হিংসাত্মক ঘটনাৰাজিৰ ফলত প্ৰদেশখনৰ পৰা পলায়ন কৰা লোকৰ সংখ্যা ৫ লাখ। ৰাখিনে প্ৰদেশৰ চৰকাৰী সচিব টিন মাউং স্বে’ই বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে।

মিজিমা নিউজে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে নেপিটত ৰাখিনে প্ৰদেশৰ পৰিস্থিতি সম্বন্ধে এক সংবাদ মেলত বুধবাৰে স্বে’ই এই মন্তব্য প্ৰকাশ কৰিছে।

তেওঁ কয়, ‘মুৱাংদ জিলাত বৰ্তমান ৪৬৯৬৬৫ গৰাকী লোক থকাৰ বিপৰীতে জিলাখনৰপৰা নিজ ঘৰ এৰি পলায়ন কৰিছে ৫৩৫৭৬৪ গৰাকী লোকে।’

উল্লেখযোগ্য যে এয়ে প্ৰথমবাৰৰ বাবে ঘৰ এৰি যোৱা লোকৰ সংখ্যা প্ৰকাশ কৰিছে ম্যানমাৰ চৰকাৰে।

আনহাতে ৰাষ্ট্ৰসংঘই এনে লোকৰ সংখ্যা ৬ লাখ বুলি পূৰ্বে ঘোষণা কৰিছিল যিটো ম্যানমাৰ চৰকাৰে ৰাজহুৱা কৰা সংখ্যাতকৈ প্ৰায় ১ লাখ বেছি।

বাংলাদেশত যোৱা ১৫ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে হোৱা ম্যানমাৰ-বাংলাদেশ বৈঠকত পলাই অহা ১৬৭৩ ঘৰৰ ৮০৩২ গৰাকী লোকৰ এখন তালিকা বাংলাদেশ চৰকাৰে ম্যানমাৰক প্ৰদান কৰিছিল।

‘ম্যানমাৰ চৰকাৰে তালিকাখনৰ সত্যাসত্য পৰীক্ষা কৰিছে’ বুলি উল্লেখ কৰি ম্যানমাৰৰ উপ তথ্য মন্ত্ৰী আং লা টুনে সংবাদমেলখনত কয় যে তালিকাখনৰ ৩৭৪ গৰাকী লোকৰ সত্যতা নিশ্চিত কৰা বুলি আৰু ঘূৰাই পঠালে এইসকল ভগনীয়াক গ্ৰহণ কৰিবলৈ ম্যানমাৰ প্ৰস্তুত বুলি তেওঁলোকে বাংলাদেশক জনাই দিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd