• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা দুৰ্ঘটনাৰ শুনানি আৰম্ভ কৰিলে চৰকাৰৰ দ্বাৰা গঠিত আয়োগে

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , July 11, 2018 8:49 am

1 min read

IMG-20180710-WA0028
75
VIEWS
Share on FacebookShare on Twitter

বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আকোৱালি লোৱা দুৰ্ঘটনা সমূহৰ শুনানি লোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ এন শৰ্মাৰ অধ্যক্ষতাত, মুকুল পাটোৱাৰি, বিজয়া বৰা, ভাস্কৰ দাস আৰু বিপ্লৱ শৰ্মাৰে গঠিত আয়োগৰ এটা দল সোমবাৰে কোকৰাঝাৰত উপস্থিত হয়।

কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ দুৰ্ঘটনাৰ ফলত অকাল মৃত্যুক আকোৱালি লোৱা লোক সকলৰ পৰিয়ালৰ সৈতে এই দলটোৱে আলোচনা কৰি শুনানি গ্ৰহণ কৰে।

বিদ্যুৎ দুৰ্ঘটনাত মৃত্যু হোৱা চিৰাং জিলাৰ বাচুগাঁৱৰ জয়নিটাই শাহা , ছাহেব আলি, কোকৰাঝাৰৰ ইক্ৰামূল মণ্ডল, ধুবুৰী বিলাসীপাৰাৰ আব্দুল শ্বেইখ, আছাটন বিৱি, মনোৰঞ্জন নাথ আৰু ৰাচিধা বিৱিৰ পৰিয়ালৰ সদস্যসকলক মাতি আনি বিদ্যুৎ দুৰ্ঘটনাৰ ওপৰত শুনানি গ্ৰহণ কৰে কোকৰাঝাৰ চহৰৰ আৱৰ্ত ভৱনত।

উল্লেখযোগ্য যে উজনি অসম আৰু মধ্য অসমত এনেধৰণৰ শুনানি গ্ৰহণ কৰাৰ পাছত সোমবাৰৰ পৰা নামনি অসমৰ বিভিন্ন অঞ্চলত এই দলটোৱে এনেধৰণৰ শুনানি গ্ৰহণ কৰিব।

ইফালে সোমবাৰে কোকৰাঝাৰত শুনানি সম্পন্ন হোৱাৰ পাছত দলটোৱে আজি বঙাইগাঁৱত এনেধৰণৰ দুৰ্ঘটনাৰ ওপৰত শুনানি ল’ব বুলি এইচ এন শৰ্মাই জানিবলৈ দিয়ে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd