DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮ এপ্ৰিলৰ পৰা বঙাইগাঁৱত আপকুৰ অধিৱেশনঃ দহগৰাকী সাংবাদিকলৈ বঁটা

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
April 27, 2018 12:44 pm
ATTACHMENT
107
VIEWS
Share on FacebookShare on Twitter

সাংবাদিকসকলৰ অন্যতম শক্তিশালী সন্থা হিচাপে বিবেচিত আছাম প্ৰেছ কৰ’ছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ ‘আপকু’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগত সংগতি ৰাখি তথা ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত ৰাজ্যখনৰ দহগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ’ব বঁটা।

বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত ‘অসমীয়া প্ৰতিদিন’ৰ নামৰূপৰ সংবাদদাতা স্মৃতিৰেখা কলিতাক  পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী স্মাৰক বঁটা, ‘নিউজ লাইভ’ৰ সাংবাদিক নিপ কুমাৰ বৰুৱাক বুধিন্দ্ৰ হাজৰিকা সদৌ অসম ইলেক্ট্ৰ’নিক মিডিয়া এৱাৰ্ড আগবঢ়োৱা হ’ব।

তদুপৰি একেটা অনুষ্ঠানতে ‘নিউজ লাইভ’ৰ জালুকবাৰীৰ সাংবাদদাতা ৰতন কলিতা আৰু ‘অসমীয়া প্ৰতিদিন’ৰ ফিলবাৰীৰ সংবাদদাতা পুষ্পধৰ মৰাণক যুটীয়াভাৱে ঊষা কমল চেতিয়া স্মাৰক সদৌ অসম সাংবাদিক বঁটা আগবঢ়োৱা হ’ব।

আনহাতে ‘প্ৰতিবিম্ব’ কাকতৰ ছিপাঝাৰৰ সাংবাদিক হিতেশ নাথ আৰি দুলীয়াজানৰ ‘নিয়মীয়া বাৰ্তা’ৰ সাংবাদিক কৃষ্ণ গগৈক যুটীয়াভাৱে মতিন্দ্ৰ চৌধুৰী স্মাৰক সদৌ অসম সাংবাদিক বঁটা, ‘অসমীয়া খবৰ’ৰ চৰাইদেওৰ সংবাদদাতা গৌতম গগৈ আৰু ‘অসমীয়া প্ৰতিদিন’ৰ নগাঁৱৰ চাপৰমুখৰ সংবাদদাতা দীপক কুমাৰ শৰ্মাক যুটীয়াভাৱে মণ্টু মোহন দাস স্মাৰক সদৌ অসম যুৱ সাংবাদিকতা বঁটা ঘোষণা কৰা হয়।

আনহাতে প্ৰথমবাৰৰ বাবে আপকুৱে বৰপেটা জিলাৰ হাউলীৰ সাংবাদিক ৰত্নেশ্বৰ তালুকদাৰ আৰু বঙাইগাঁৱৰ সাংবাদিক প্ৰণৱ কুমাৰ ডেকাক সংস্কৃত পণ্ডিত তথা শ্বহীদ সাংবাদিক ৰত্নেশ্বৰ শৰ্মা স্মাৰক সদৌ অসম সাংবাদিক বঁটা আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে অহা ২৮, ২৯ আৰু ৩০ এপ্ৰিলত বঙাইগাঁৱত আপকুৰ অধিবেশনত উক্ত সাংবাদিক কেইগৰাকীক সন্মানিত কৰা হ’ব।

 

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd