DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ দুই কৃষকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2018 4:52 pm
ৰাজ্যৰ দুই কৃষকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ
379
VIEWS
Share on FacebookShare on Twitter

নিজৰ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হোৱা অসমৰ দুজন কৃষক ক্ৰমে মাজুলীৰ বিনয় লিখক আৰু লখিমপুৰৰ হেমকান্তি পায়েঙে কৃষি কৰ্ম বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তেওঁলোকক এই বঁটা দিল্লীৰ পুছাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত প্ৰদান কৰা হয়।

লিখক আৰু পায়েঙে উক্ত বঁটাত ২ লাখ টকাৰ একোখনকৈ চেক লাভ কৰে।

বিনয় লিখক আৰু হেমকান্তি পায়েঙক  উৎকৃষ্ট  মানৰ সৰিয়হ খেতি কৰাৰ বাবে কৃষি কৰ্ম বঁটাৰে সন্মানিত কৰা হয়। কৃষি কৰ্ম বঁটা প্ৰাপ্ত বিনয় লিখক মাজুলীৰ গড়মূৰ কৃষি মণ্ডলৰ অধীনৰ বিৰিণাবাৰী গাঁৱৰ নিবাসী আৰু হেমকান্তি পায়েং লখিমপুৰ জিলাৰ নাওবৈছা কৃষি মণ্ডলৰ অধীনৰ পাকনিয়াঘাট গাঁৱৰ নিৱাসী।

উল্লেখযোগ্য যে অসমক পূৰ্বতেও ২০১৫-১৬ চনত উৎকৃষ্টমানৰ সৰিয়হ খেতিৰ বাবে সন্মানিত কৰা হৈছিল। উক্ত বৰ্ষত ২,৮৫,৬৭৭ হেক্টৰ মাটিত সৰিয়হ খেতি কৰি ১,৯৯,৫০১ মেট্ৰিক টন সৰিয়হ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। ফলত অসম চৰকাৰক ২ কোটি টকাৰ চেক প্ৰাদানেৰে সন্মানিত কৰা হৈছিল।

কৃষি উন্নতী মেলাত অংশ গ্ৰহণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে উন্নত প্ৰযুক্তিবিদ্যাৰে কি দৰে কৃষি কৰ্মত উন্নতী লাভ কৰিব পাৰি সেই বিষয়ত চৰকাৰে সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে কৃষক সকলক কৃষি কৰ্মৰ পুৰণা পদ্ধতি ত্যাগ কৰি চৰকাৰী আঁচনিৰ উন্নতমানৰ পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে কৃষি কৰ্ম বঁটা দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন উন্নতমানৰ উৎপাদিত সামগ্ৰীৰ বাবে দিয়া হয়। পশ্চিম বংগই আটাইতাকৈ উন্নতমানৰ মাহ জাতীয় শস্য উৎপাদনৰ বাবে, অসমক উন্নতমানৰ তৈলবীজ উৎপাদনৰ বাবে, বিহাৰক উন্নতমানৰ ধানজাতীয় শস্য উৎপাদনৰ বাবে, মধ্য প্ৰদেশক ঘেঁহু উৎপাদনৰ বাবে, পাঞ্জাৱক ধান উৎপাদনৰ বাবে উক্ত বঁটা প্ৰদান কৰা হয়। লগতে মেঘালয়, তামিলনাডু আৰু হিমাচল প্ৰদেশকো এই বঁটাৰে সন্মানিত কৰা হয়।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd