• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় যুৱ বক্সিঙত উজলি উঠিছে অসমৰ প্ৰতিভাবান মহিলা বক্সাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2018 9:46 am

1 min read

Boxer Ankushita Baro
94
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ পাঁচগৰাকীকৈ খেলুৱৈয়ে ভাৰতৰ হৈ কমনৱেল্থ গেমছত অংশ লোৱাৰ সময়তে আহিছে আন এক সু-খবৰ। অসমৰ প্ৰতিভাবান মহিলা বক্সাৰ নিকি কুজুৰ আৰু জয় কুমাৰী লামাই ৰাষ্ট্ৰীয় যুৱ বক্সিঙ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখ্য যে হাৰিয়ানাৰ ৰোহটাকত যোৱা ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক প্ৰতিযোগিতাখনত এ আই বি বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

অংকুশিতাই প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ মেচত অন্ধ্ৰপ্ৰদেশৰ চি এইছ হাছিনিক সহজতে পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।

ইপিনে দ্বিতীয় ৰাউণ্ডৰ মেচত নিকিয়ে তামিলনাডুৰ ৱাই ছীবা প্ৰিঞ্চক আৰু জয় কুমাৰীয়ে মিজোৰামৰ চাবংছাং পুইক পৰাস্ত কৰিবলৈ সক্ষম হয়।

মহিলা বক্সাৰৰ এনে উজ্জ্বীৱিত প্ৰদৰ্শনৰ বিপৰীতে অসমৰ পুৰুষ খেলুৱৈৰ প্ৰদৰ্শন অতি শোচনীয়। পুৰুষ বক্সাৰ আফতাব হকে এছ এছ বিৰ এছ চৰুনৰ বিপক্ষে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

ইয়াৰ উপৰি অসমৰ আন এগৰাকী মহিলা বক্সাৰ নমিতা বড়োৱে উত্তৰ প্ৰদেশৰ প্ৰিয়া কুছৱাহৰ বিপক্ষে পৰাজয় বৰণ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd