• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’ল যাত্ৰীক সুৰক্ষা দিব পৰাকৈ পৰ্যাপ্ত সুৰক্ষাকৰ্মীৰ অভাৱ তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 12, 2018 8:16 pm
IMG_20180712_115249879
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিমলুগুৰি আৰু যোৰহাটৰ মৰিয়নি ষ্টে’শ্যনত যোৱা দুদিনত ৰহস্যজনকভাৱে দুগৰাকী মহিলাৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰে’ল বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া ৰে’ল বিভাগৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে।

উল্লেখ্য যে উজনি অসমৰ ৰে’ল ষ্টেশ্যন সমূহ যাত্ৰীৰ বাবে একেবাৰে সুৰক্ষিত নহয় বুলি এক তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া ৰে’লত যাত্ৰা কৰিবলৈ শংকিত হৈ পৰিছে উজনি অসমবাসী।

Apply Now

এই সংক্ৰান্তত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে ডিব্ৰুগড় ৰে’লৱে ষ্টেশ্যনত যাত্ৰীৰ বাবে কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰিছে সেই সম্পৰ্কত এক অভিযান চলোৱাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ষ্টেশ্যনটোত সংস্থাপিত ৭ টা চিচি টিভিৰ পাঁচটাই কাৰ্যক্ষম অৱস্থাত আছে যদিও নাই ৰেক’ৰ্ডিঙৰ ব্যৱস্থা।

সুৰক্ষাৰ এনে ফোঁপোলা স্বৰূপৰ বিষয়ে পোহৰলৈ অহাৰ পাছত  ষ্টেশ্যনৰ এগৰাকী আৰ পি এফ বিষয়াক এই সন্দৰ্ভত প্ৰশ্ন সোধোতে দায়সৰা মন্তব্য কৰি কয়, ‘৭টা চিচি টিভিৰ পাঁচটা কাৰ্যক্ষম হৈ আছে যদিও আমাৰ ইয়াত ৰেকৰ্ডিঙৰ কোনো ধৰণৰ ব্যৱস্থা নাই’।

ইয়াৰ উপৰি বিষয়াগৰাকীয়ে আৰু কয়, ‘বৰ্তমান ডিব্ৰুগড় আৰ পি এফত কৰ্মচাৰীৰ ব্যাপক অভাৱ হৈছে। কৰ্মচাৰীৰ অভাৱৰ বাবেই অপৰাধজনিত সমস্যা ৰোধ কৰাত ব্যৰ্থ হ’বলগীয়া হয়। সেয়ে আমি ডিব্ৰুগড় বাণিপুৰ ৰে’লৱে ষ্টেশ্যনত আৰু অধিক আৰ পি এফ কৰ্মচাৰী নিয়োগ কৰিবলৈ জি আৰ পিক অনুৰোধ জনাইছো’।

‘কৰ্মচাৰীৰ ব্যাপক অভাৱৰ পাছতো আমি ডিব্ৰুগড়ৰ পৰা মৰিয়নি ষ্টেশ্যন পৰ্যন্ত পহৰা দিও। কৰ্মচাৰী নিয়োগ সন্দৰ্ভত আমি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছো। কিন্তু এই পৰ্যন্ত জি আৰ পিয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই’। আৰ পি এফৰ এগৰাকী বিষয়াই এইদৰে কয়।

উল্লেখ্য যে বিগত কিছু মাহত ৰে’লত সংঘটিত অপৰাধজনিত ঘটনাৰ বৃদ্ধিয়ে উদঙাই দিছে ৰে’লৱে বিভাগৰ চৰম ব্যৰ্থতা।

‘মহিলাৰ সুৰক্ষাৰ বাবে ৰে’লৱে বিভাগে আজিলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে চলন্ত ৰে’লত অপৰাধ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰে’লৱে বিভাগে যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা উচিত’। উমাকান্ত গগৈ নামৰ এগৰাকী ৰে’ল যাত্ৰীয়ে এই মন্তব্য কৰে।

উল্লেখ্য যে সুৰক্ষা বিষয়টোৰ সন্দৰ্ভত আমাৰ সাংবাদিকে ষ্টেশ্যন অধীক্ষক বি এম কছাৰীৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচৰাত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd