• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’এন জি চিৰ ইণ্টাৰ-ছেক্টৰেল বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 7, 2017 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাজিৰাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ইণ্ডোৰ বেডমিণ্টন ষ্টেডিয়ামত চাৰিদিনীয়াকৈ আৰম্ভ হোৱা অ’এন জি চি ইণ্টাৰ-ছেক্টৰেল বেডমিণ্টন প্ৰতিযোগিতাখনত মুঠতে ১০১ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে। সকলো প্ৰতিযোগীয়ে অ’ এন জি চিৰ ৭ টা ছেক্টৰক প্ৰতিনিধিত্ব কৰিছে য’ত আছে মুখ্য কাৰ্যালয় ডেৰাডুন, দিল্লীৰ ক’ৰ্পোৰেট কাৰ্যালয়, মুম্বাই, দক্ষিণ, পূৰ্বাঞ্চল, পশ্চিমাঞ্চল আৰু অসম। প্ৰতিযোগিতাখন কেইবাটাও ভাগত খেলোৱা হ’ব । ইয়াৰ ভিতৰত আছে পুৰুষৰ ৪৫ বছৰৰ ঊৰ্ধ্ব আৰু অনূৰ্ধ্ব আৰু মহিলাৰ ৪৫ বছৰৰ ঊৰ্ধ্ব আৰু অনূৰ্ধ্ব। দুয়োটাতে একক আৰু দ্বৈত শাখাত খেলোৱা হ’ব।

অ’এন জি চিৰ অসম খণ্ডৰ সহকাৰী প্ৰৱন্ধক এছ ডি মাস্কেই কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত  আজি প্ৰতিযোগিতাখন মুকলি কৰে। এই প্ৰতিযোগিতাখন ধাৰাবাহিকভাৱে আয়োজন কৰি  অহাৰ কাৰণটো হৈছে ইণ্টাৰছেক্টৰেল ক্ৰীড়াৰ জৰিয়তে অ’এন জি চিত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ ক্ৰীড়া প্ৰতিভা উন্মোচিত কৰা আৰু লগতে তেওঁলোকৰ বিভিন্নধৰণৰ ৰুচিৰ বিষয়ে অৱগত হোৱা।

Apply Now

আয়োজক কমিটিৰ সভাপতি তথা মানৱ সম্পদৰ মুৰব্বী মহাপ্ৰবন্ধক পি টি এন্টোৱে আদৰণি ভাষণ আগবঢ়ায় আৰু ক্ৰীড়া আৰু সাংগঠনিক সম্পাদক বি চি দাসে শলাগৰ শৰাই আগবঢ়ায়।

উদ্বোধনী অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল ২০১৭ ৰ অ’এন জি চিৰ বসন্ত উৎসৱৰ বিজয়ী জাঁজীপৰীয়া হুঁচৰি দলৰ বিশেষ বিহু নৃত্য। অসমৰ সংস্কৃতি আৰু চহকী পৰম্পৰাক প্ৰতিনিধিত্ব কৰা বিহু নৃত্য উপভোগ কৰি প্ৰতিযোগিতাত ভাগ ল’বলৈ অহা বাহিৰৰ প্ৰতিযোগীসকলে উচ্চ প্ৰশংসা কৰে।

অ’ এন জি চিয়ে ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে সংগীত, ক্ৰীড়াকে ধৰি সৃষ্টিশীল কলাৰ প্ৰতিযোগিতা বিভিন্ন সময়ত আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে বহু প্ৰতিভাৱান ক্ৰীড়াবিদ আৰু অন্যান্য বিষয়ৰ প্ৰতিভাৱান সদস্যক বৃহৎ মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd