• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক, তেওঁলোক হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল : গৌৰৱ গগৈ

মুম্বাইত ইণ্ডিয়া টুডে কনক্লেভত লোকসভাৰ বিৰোধী উপ দলপতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 9:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক ৷ অসমৰ জনতা মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাতকৈ জ্ঞানী ৷ তেওঁলোকে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ডিভাইড এণ্ড ৰুল ৰাজনীতিক উচিত শিক্ষা দিব ২০২৬ ৰ সাধাৰণ নিৰ্বাচনত ৷ — লোকসভাৰ বিৰোধী উপ দলপতি  গৌৰৱ গগৈয়ে।

মুম্বাইত অনুষ্ঠিত  ইণ্ডিয়া টুডে কনক্লেভত এনেদৰেই ‘২৬ ত বিজেপিয়ে সমুখীন হ’ব লগা সম্ভাব্য দুৰ্যোগৰ ভৱিষ্যতবাণী কৰিলে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ব্যক্তিগত শত্ৰুতা নাই বুলি উল্লেখ কৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ প্ৰয়াত পিতৃয়ে তেওঁক সহনশীলতাৰ ৰাজনীতি শিকাই গৈছে আৰু তেওঁ সেইয়া মানি চলিছে ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাই যি বিশ্বাস কৰিছে তাক লৈ ৰাজনীতি কৰিছে গতিকে ইয়াত কোনো আদৰ্শৰহে সংঘাত আছে, ব্যক্তিগত সংঘাত নাই ৷

Apply Now

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে  বিভাজনকামী  হিন্দু-মুছলমান ৰাজনীতি কৰা বুলি মন্তব্য কৰি আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত এনে ৰাজনৈতিক কৌশল অসমবাসীয়ে  নাকচ কৰিব বুলি আস্থা প্ৰকাশ কৰি কয় — “ অসমৰ জনতাৰ ওপৰত বিশ্বাস ৰাখক। তেওঁলোক হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল ৷ ২০২৬ ৰ নিৰ্বাচনত তেওঁলোকে বিজেপিৰ বিভাজনকামী ৰাজনীতিক দলিয়াই পেলাব ৷ অসমৰ জনতা বুদ্ধিয়ক, সংস্কৃতিবান, সভ্য ৷ আমি আবেগিক, উগ্ৰ, স্পৰ্শকাতৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ বিজেপি দল- চৰকাৰৰ ৰাজনীতি অসমীয়াৰ সংস্কৃতিৰ পৰিপন্থী ৷ এই ৰাজনীতি তেওঁলোকৰ নিজ দলৰে পৰিপন্থী । তেওঁ নিজৰে দলৰ মাজত ডিভাইদ এণ্ড ৰুল ৰাজনীতি কৰিছে ৷ যোৰহাটত মোৰ বিজয়ৰ পাছত বিজেপিৰ প্ৰাক্তন সভাপতিয়ে মোক অভিনন্দন জনাইছিল ৷ সেইয়ে মই ভাবো যোৰহাটত জনতাই আহি থকা সময়ত বিজেপিৰ আৰু জটিল সময়ৰ ইংগিত দিছে ৷ মই আগতেই কৈছো যে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জ্ঞানী আৰু অধিক বিবেচনাশীল৷” ইফালে মণিপুৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ ইউক্রেইনৰ শান্তিৰ বাবে তৎপৰ প্রধানমন্ত্রীয়ে উত্তৰ পূবৰ  মণিপুৰক লৈ কিয় নীৰৱতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন কৰে ৷

লোকসভাৰ বিৰোধী উপ দলপতি গৰাকীয়ে  প্রশ্ন কৰে — “ ৰাছিয়া-ইউক্রেইনৰ মাজত শান্তি আনিবলৈ মধ্যস্থতাৰ  চেষ্টা চলাই অহা প্রধানমন্ত্রীয়ে মণিপুৰৰ গোষ্ঠীগত সংঘাত নিৰাময়ৰ বাবে একেই চেষ্টা নকৰে  কিয় ? এই উদ্দেশ্য  তেওঁ মার্কিন ৰাষ্ট্ৰপতিৰে কথা পাতিছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ লগত কথা পাতিছে। একেই শক্তিৰে, একেই ঐকান্তিকতাৰে মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ লগত তেওঁ কিয় কথা নাপাতে, কিয় তেওঁলোকক একলগ হ’বলৈ নকয়? ”

গগৈয়ে কয় যে যদিহে  প্রধানমন্ত্রী মোডীয়ে  উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপন কৰে তেন্তে উত্তৰ- পূববাসীয়ে তেওঁৰ প্রতি কৃতজ্ঞ হৈ ৰ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd