• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰে বৃহৎ বিনিয়োগৰ বাবে মাধমাৰ শোধাইছে খুচুৰা ব্যৱসায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 12:42 pm
Beltola-market-1-570x320

এডভান্টেজ আছামৰ প্ৰভাৱ: নিমাওমাও বেলতলা বজাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডভান্টেজ আছামে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে, বিশেষকৈ গুৱাহাটীবাসীৰ বাবে বহু অসুবিধাৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ অসহায় নাগৰিকসকলে বৰ্তমান চলি থকা বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

Apply Now

শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বিদ্যালয়সমূহ বন্ধ কৰিবলৈ বাধ্য কৰাৰ পিছত শুকুৰবাৰে বিদ্যালয়ৰ পৰা উভতি অহা ছাত্ৰ-ছাত্ৰীসকলে সৰু সজাই ষ্টেডিয়ামৰ ওচৰত তীব্ৰ যানজঁটৰ সন্মুখীন হৈ যাতনা ভূগিবলগীয়া হৈছিল। সন্মিলন উদ্বোধনৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত নিৰাপত্তা ব্যৱস্থাৰ অজুহাতত এইদৰে বিদ্যাৰ্থীসকলে ভোকে পিয়াহে অথন্তৰ হৈছিল।

প্ৰধানমন্ত্ৰী মোডী অনুষ্ঠানটোত থকা সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল আৰু জনসাধাৰণে যাতায়তৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছিল।

আনকি যান বাহনৰ চলাচল মুকলি কৰি দিয়াৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহনৰ অভূতপূৰ্ব যানজঁটে সাধাৰণ নাগৰিকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছিল।

সৰ্বানন্দ সোণোৱাল চৰকাৰে সাধাৰণ নাগৰিকক অসুবিধা দিবলৈ ৰাজ্যখনলৈ বিনিয়োগ আমন্ত্ৰণ কৰিছে নেকি?

ইয়াতেই শেষ নহয়, বেলতলাৰ প্ৰাচীন পৰম্পৰাগত বজাৰখনত দেওবাৰে  বজাৰখনৰ খুচুৰা ব্যৱসায়ীসকলৰ উপাৰ্জন বন্ধ কৰি বজাৰখন স্তব্ধ কৰি পেলোৱা হৈছে।

এই বজাৰখন পৰম্পৰাগতভাৱে ফলমূল আৰু শাক পাচলিৰ বজাৰ। ইয়াত বিভিন্নধৰণৰ স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰী পোৱা যায়।

এইখন মেঘালয়ৰ খাচী পাহাৰৰ পৰা অহা  লোকৰ আৰু স্থানীয় ব্যৱসায়ীৰ মাজত গঢ় লৈ উঠা এখন প্ৰাচীন তথা পৰম্পৰাগত বজাৰ।

বৃহস্পতিবাৰ আৰু দেওবাৰে –সপ্তাহত মাত্ৰ দুদিন অনুষ্ঠিত এই বৃহৎ বজাৰখনত বেছিভাগ জনজাতি লোক আৰু গ্ৰাম্য খুচুৰা ব্যৱসায়ীয়ে ব্যৱসায় কৰে।

দেওবাৰে বন্ধবাৰ হোৱা বাবে ব্যৱসায়ৰ ফাল পৰা গুৰুত্বপূৰ্ণ দিন আৰু তাকো বহু কোটি টকীয়া বাণিজ্য সন্মিলনলৈ চাই চৰকাৰে উৎসাহিত নকৰিলে।

সাধাৰণতে প্ৰতিটো দেওবাৰে গিজগিজাই থকা গোটেই বজাৰখন এই দেওবাৰটোত নিমাওমাও হৈ আছে।

আগতীয়াকৈ বন্ধৰ জাননী নোপোৱা বাবে খুচুৰা ব্যৱসায়ীসকল বিপাঙত পৰাৰ লগতে অসহায় হৈ পৰিছে।

আনকি দেওবাৰে বজাৰ কৰিব বুলি কৰ্মদিনত বজাৰ কৰাৰ সুবিধা নোপোৱা চাকৰিয়াল ক্ৰেতাসকলেও কৌতুহলেৰে পৰিস্থিতিটো লক্ষ্য কৰা দেখা গ’ল।

এই ক্ষতিৰ বাবে চৰকাৰে ক্ষতিপূৰণ দিবনে? চৰকাৰে বৃহৎ বিনিয়োগৰ বাবে খুচুৰা ব্যৱসায়ীসকলক জলাঞ্জলি দিছে নেকি?

ইয়াৰ বিপৰীতে বহুতে অনুভৱ কৰে যে ৰাজ্য চৰকাৰে বিশ্ব বিনিয়োগ সন্মিলনলৈ অহা প্ৰতিনিধি সকলক পৰম্পৰাগত বজাৰখন দেখুৱাব পাৰিলেহেঁতেন কিয়নো এই প্ৰাচীন বজাৰখন ইয়াৰ বৈচিত্ৰ্য তথা ঐতিহাসিক গুৰুত্বৰ বাবে পৰিচিত।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd