• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত দুখন দলং উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সুভাষ ভাম্ৰে

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 13, 2017 12:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ সুভাষ ভাম্ৰেই কালি পূব অৰুণাচলত দুখনকৈ অতি গুৰুত্বপূৰ্ণ দলং মুকলি কৰে।

দিল্লীৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে কালি ৰাতিপুৱা ডিব্ৰুগড়ৰ মোহনবাৰীত থকা বায়ুসেনা বাহিনীৰ ষ্টেশ্যনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক সেনাৰ উচ্চ পদস্থ বিষয়াসকলে আদৰণি জনায়।

Apply Now

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে পূব অৰুণাচল প্ৰদেশৰ ৰোৱিঙলৈ উৰা মাৰে আৰু তাতে দুখন দলঙ উদ্বোধন কৰে। এই দুখনৰ ভিতৰত প্ৰথমতে তেওঁ অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন ৰইং-কৰ’নু-পায়া ৰোডৰ ওপৰত নিৰ্মিত ১৪০ মিটাৰ দৈৰ্ঘ্যৰ ইন্জুপানী দলংখন উদ্বোধন কৰে। ইন্জুপানী দলঙখন মুকলি হোৱাৰ পিছত ৰইং আৰু তেজুৰ মাজত এতিয়া যাতায়ত সুচল হৈ পৰিব। এই দুয়োখনেই হৈছে অৰুণাচল প্ৰদেশৰ অতি গুৰুত্বপূৰ্ণ জিলা সদৰ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে দেওপানী-ইজে দলংখন উদ্বোধন কৰে।এইখন হৈছে অৰুণাচল প্ৰদেশৰ ৰইঙৰ ইজে নদীৰ ওপৰত নিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং। ৰাষ্ট্ৰৰ নামত দলং দুখন উৎসৰ্গা কৰি মন্ত্ৰীগৰাকীয়ে এই অঞ্চলটোত থকা সীমান্ত পথ উন্নয়ন বিভাগৰ উদয়ক প্ৰকল্পৰ দ্বাৰা অতি সুন্দৰভাৱে নিৰ্মিত দলং দুখনৰ বাবে সংস্থাটোক প্ৰশংসা কৰে।

মন্ত্ৰীগৰাকীয়ে এই অতি গুৰুত্বপূৰ্ণ দলং দুখন সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সংস্থাটোক প্ৰশংসা কৰি কয় যে ই কৌশলগতভাৱে  চীন সীমান্তৰ  দিবং উপত্যকালৈ বছৰৰ প্ৰতিটো দিনতেই যাতায়ত অব্যাহত থাকিব। সীমান্ত পথ সংস্থাৰ সঞ্চালক লেঃ জেনেৰেল এছ কে শ্ৰীবাস্তৱে সংস্থাটোৱে বানপানী আৰু বিভিন্ন কাৰণত সন্মুখীন হোৱা অসুবিধাৰ কথা দোহাৰে।

অনুষ্ঠানত সীমান্ত পথ উন্নয়ন সংস্থাৰ বিষয়াসকলৰ লগতে অৰুণাচল চৰকাৰৰ প্ৰতিনিধিসকল উপস্থিত আছিল।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd