• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডত ৫৮ টা খালী পদত নিযুক্তিৰ বাবে আৱেদন পত্ৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2018 12:25 pm
Assam-Petro-Chemicals-Ltd.
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডে ইয়াৰ ৫৮ টা খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি উপযুক্ত প্ৰাৰ্থীৰ পৰা আৱেদন পত্ৰ আহ্বান কৰিছে। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী, মেনেজমেন্ট ট্ৰেইনী (ছেফটি, এইচ আৰ আৰু মাৰ্কেটিং) পদৰ বাবে ইয়াৰ নিজস্ব ৱেবছাইট assampetrochemicals.co.in ত প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আগ্ৰহী আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অহা ৭ মে’ ২০১৮ ৰ ভিতৰত নিৰ্দিষ্ট পদৰ বিপৰীতে প্ৰ-পত্ৰসমূহ অনলাইন যোগে পূৰণ কৰিব পাৰে।

Apply Now

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ চাকৰিৰ বাবে কেনেদৰে আৱেদন কৰিব?

প্ৰথমতে, http://assampetrochemicals.co.in ৱেবছাইট খোলক। তাৰপিছত ইয়াৰ হ’মপেজৰ সোঁফালে থকা ‘কেৰিয়াৰ’ শাখাত ক্লিক্ কৰক। বিজ্ঞাপন নম্বৰ APL/HRM/Con/Adv-53(Pt-II)/169 ত ক্লিক্ কৰক। ইয়াৰ পিছত পিডিএফ ফাইলত থকা আৱেদন পত্ৰ ডাউনলোড কৰি লওঁক। প্ৰয়োজনীয় তথ্য সন্নিৱিষ্ট কৰি আৱেদন পত্ৰখন পূৰণ কৰক। এতিয়া উপযুক্ত নথি পত্ৰৰে সৈতে আৱেদনখনৰ এটা কপি- মহাপ্ৰৱন্ধক (এইচ আৰ), আছাম পেট্ৰ’-কেমিকেলছ লিমিটেড, ডাকঘৰ-পৰ্বতপুৰ, নামৰূপ, জিলা-ডিব্ৰুগড়, পিন-৭৮৬৬২৩ (অসম) লৈ অহা ৭ মে’ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।

আৱেদন মাচুল :

সাধাৰণ বৰ্গৰ প্ৰাৰ্থীৰ বাবে – ৩০০ টকা

অনুসূচীত জনজাতি/ অনুসূচীত জাতি / অন্যান্য পিছপৰা শ্ৰেণী /এম অ’বি চিৰ বাবে – ১৫০ টকা

বিপিএল কাৰ্ডৰ বাবে- মাচুল নাই

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ নিযুক্তি ২০১৮ৰ –খালী পদৰ বিতং তথ্য :

মুঠ পদৰ সংখ্যা : ৫৮ টা

গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনীৰ পদ- ৪৫ টা

মেনেজমেন্ট ট্ৰেইনীৰ (ছেফটি) পদ-২ টা

মেনেজমেন্ট ট্ৰেইনীৰ (এইচ আৰ) পদ-৫টা

মেনেজমেন্ট ট্ৰেইনীৰ (মাৰ্কেটিং) পদ- ৬টা

অৰ্হতা সমূহ :

গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী- আৱেদনকাৰী বি ই / বি টেক (কেমিকেল/   মেকানিকেল/ ইলেক্ট্ৰিকেল/ চিভিল) বা সমপৰ্যায়ৰ হ’ব লাগিব।

মেনেজমেন্ট ট্ৰেইনী (ছেফটি) ৰ বাবে আৱেদনকাৰী বিএছচি হোৱাৰ লগতে ইণ্ডাষ্ট্ৰিয়েল সুৰক্ষাৰ ডিপ্ল’মা বা বি ই / বি টেক (এনভাইৰনমেন্ট ইঞ্জিনিয়াৰিং) হ’ব লাগিব।

মেনেজমেন্ট ট্ৰেইনী (এইচ আৰ) পদৰ বাবে আৱেদনকাৰী ফুলটাইম এমবিএ /  এমএছডব্লিউ ডিগ্ৰীধাৰী হোৱাৰ লগতে পাৰ্ছনেল মেনেজমেন্টত বিশেষীকৰণ হ’ব লাগিব বা এম পি এম অথবা পাৰ্ছনেল মেনেজমেন্টত বিশেষীকৰণৰে সৈতে ছচিয়েল ৱৰ্কত এম এ ডিগ্ৰীধাৰী হ’ব লাগিব।

মেনেজমেন্ট ট্ৰেইনী (মাৰ্কেটিং) পদৰ বাবে আৱেদনকাৰী ফুলটাইম এমবিএ (মাৰ্কেটিং) বা মাৰ্কেটিঙৰ বিশেষীকৰণেৰে মেনেজমেন্টৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

কমাৰ্চ, চায়েন্স আৰু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহাৰ গাঁথনি :

নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰশিক্ষণৰ কালছোৱাত মাহিলি ২৫,০০০ টকাকৈ লাভ কৰিব।

প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া :

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd