• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ছোনিয়া গান্ধীৰ জন্মদিন : ৰাজীৱ ভৱনত কেক কাটি কাটিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 4:17 pm
৯ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপন কৰে।

৯ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপন কৰে।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৭২ সংখ্যক জন্মদিন। সেই উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মহানগৰস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ সভানেত্ৰীগৰাকীৰ জন্মদিনটো উদযাপন কৰে। এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি  ৰিপুণ বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিধায়ক ৰেকিবুদি্দন আহমেদ , অপূৰ্ব ভট্টাচাৰ্য্যকে প্ৰমুখ্য কৰি জ্যেষ্ঠ নেতৃবৰ্গ আৰু মহিলা কংগ্ৰেছৰ সদস্যা উপস্থিত থাকে।  অনুষ্ঠানত সভাপতি ৰিপুণ বৰাই সভানেত্ৰী গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সুদীৰ্ঘ ১৮ বছৰ ধৰি দলক প্ৰতিনিধিত্ব কৰি নিয়াৰিকৈ দলৰ কাম-কাজ চলাই নিছে আৰু বহু কষ্ট স্বীকাৰ কৰি দলৰ উত্থানত অৰিহণা যোগাই আহিছে। তদুপৰি কংগ্ৰেছ দলৰ সভানেত্ৰী হিচাপে এইটোৱেই তেওঁৰ শেষ জন্মদিন বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে। কথাৰ প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে অহা ১১ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ছোনিয়া গান্ধীয়ে দায়িত্বৰ পৰা অব্যাহতি ল’ব। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে। উল্লেখনীয় যে দলৰ সভাপতিৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ বিপৰীতে অন্য কোনো লোকে প্ৰতিদ্বন্দ্বিতা আগ নবঢ়োৱা বাবে তেৱেঁই সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ৰাহুল গান্ধীৰ নেতৃত্বত দলটোক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ১১ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত ৰাজীৱ ভৱনত  মানৱ শৃংখল কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। এই কাৰ্য্যসূচী ৰাজ্যৰ প্ৰত্যেক ব্লক কংগ্ৰেছ আৰু জিলা সমিতি সমূহতো অনুষ্ঠিত কৰা হ’ব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

Apply Now
এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd