• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

আজি বিশ্ব জল দিৱস : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে উত্তৰ ত্ৰিপুৰাৰ ৰাউণ্ডছাৰা গাঁৱবাসীৰ আৰ্তনাদ   

পান্না ঘোষ by পান্না ঘোষ
March 22, 2018 12:38 pm
বিশ্ব জল দিৱস
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব জল দিৱস । আজিৰ দিনটোত সমগ্ৰ বিশ্বই উদযাপন কৰিছে জল দিৱস। জল দিৱস উদযাপন কৰাৰ সময়তে কিন্তু ভাৰতবৰ্ষৰ কিছু কিছু অঞ্চলত আজিও প্ৰতিফলিত হয় এক অনুৰূপ দৃশ্য। ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত বাস কৰা অধিকাংশয়ে বঞ্চিত হৈ আহিছে বিশুদ্ধ খোৱা পানীৰ পৰা।

বিশ্ব জল দিৱস উদযাপনৰ সময়তে তেনে এখন ছবি প্ৰতিফলিত হৈছে ত্ৰিপুৰাত। উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰ মহকুমাৰ অধীন ৰাউণ্ডছাৰা গাঁৱৰ বাসিন্দাসকলে এতিয়াও কদৰ্যময় পুখুৰী, নলা-নৰ্দমাৰ পৰা সেৱন কৰি আছে পানী।

Apply Now

উল্লেখ্য যে উক্ত অঞ্চলত ৰিয়াং সমুদায়ৰ মুঠ ৪৪টা পৰিয়ালে স্বাধীনোত্তৰ কালৰ পৰা বসবাস কৰি আহিছে যদিও এতিয়াও গাওঁখনত অৱস্থিত একমাত্ৰ পুখুৰীটোৰ পৰাই তেওঁলোকে সেৱন কৰি আছে অনুপযোগী পানী।

তাৎপৰ্যপূৰ্ণ কথা যে স্বাধীনতাৰ প্ৰায় ৭০ বছৰৰ পাছতো ত্ৰিপুৰাৰ ৰাউণ্ডছাৰা গাঁৱৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানীৰ অভাৱত দুৰ্বিষহ জীৱন ধাৰণ কৰা ছবিয়ে স্বাভাবিকতে চৰকাৰৰ সদিচ্ছাৰ অভাৱকে প্ৰতিফলিত কৰিছে।

স্মৰ্তব্য যে উক্ত অঞ্চলত এখন জে বি কলেজ আৰু এটা অংগনবাড়ী কেন্দ্ৰ থকাৰ পাছতো বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিবলগীয়া হৈছে গাঁৱবাসী। আনহাতে প্ৰায়বোৰ সদস্যৰে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। আৰু জানিব পৰা মতে অধিকাংশ লোক এতিয়া স্ব্যাস্থ্য জনিত সমস্যাত আক্ৰান্ত।

উক্ত গাঁৱৰ বাসিন্দাসকলে পূৰ্বৰ চিপিআই(এম) নেতৃত্বাধীন চৰকাৰখনক বহুবাৰ অনুনয়-বিনয় কৰিছিল যদিও চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশুদ্ধ খোৱা পানীৰ অভাৱৰ উপৰি গাঁওখনলৈ অহা যোৱা কৰাৰ বাবে ৰাস্তা-ঘাটৰ লগতে পৰিৱহন ব্যৱস্থাৰো অৱস্থা তথৈৱচ।

বহু বছৰৰ পৰা দুৰ্ভোগ ভুগি অহা উক্ত অঞ্চলৰ বাসিন্দাসকলে এতিয়া দেখিছে আশাৰ ৰেঙনি। কিয়নো নবনিৰ্বাচিত বিজেপি চৰকাৰৰ স্থানীয় বিধায়কে সেই অঞ্চলৰ লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ আশ্বাস প্ৰদান কৰিছে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd