• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি ৰাজনীতি কৰা মানুহ, ৰাজনৈতিক আচাৰ-ব্যৱহাৰ বুজি পাওঁ : মন্ত্ৰী অতুল বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 10:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তথা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধীতাৰে কালি মহানগৰীৰ আমবাৰীস্থিত কাৰ্য্যালয়ৰ কৃষিমন্ত্ৰী অতুল বৰাই এখনি সংবাদমেলৰ আয়োজন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সঘনাই তৰ্কত লিপ্ত থকা অগপ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কালি মন্ত্ৰী অতুল বৰাই অগপ-বিজেপি ৰ মিত্ৰতাৰ সন্দৰ্ভত সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সন্দৰ্ভত মিত্ৰজোঁটৰ মন্ত্ৰীগৰাকীয়ে বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে সৰব হৈ পৰাটো পৰিলক্ষিত হয়। তেওঁ উল্লেখ কৰা অনুসৰি অগপ-বিজেপিৰ মিত্ৰতাক লৈ কেন্দ্ৰীয় নেতৃত্বৰ সৈতেহে আলোচনা হৈছিল আৰু এই বিষয়ে প্ৰশান্ত ফুকনৰ লগত কোনো আলোচনা হোৱা নাছিল। ইয়াই উপৰি তেওঁ প্ৰশান্ত ফুকনক তৰল মন্তব্য কৰা বিধায়ক বুলি উক্ত সংবাদমেলত অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ বিৰোধীতা কৰি কয় ‘’আমি ৰাজনীতি কৰা মানুহ, ৰাজনৈতিক আচাৰ-ব্যৱহাৰ বুজি পাওঁ।‘’

উক্ত সংবাদমেল যোগে অগপৰ সভাপতি জনে ‘২০১৮ চনটো অগপৰ বাবে কৰ্ম আৰু সজাগতাৰ বৰ্ষ হ’ব’ বুলি মন্তব্য দাঙি ধৰে। তদুপৰি কেৱল কথা আৰু প্ৰতিশ্ৰুতিৰে নহয়, আগন্তুক বৰ্ষত অসম আৰু অসমবাসীৰ সুৰক্ষিত-সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত বিভিন্ন দিশত বাস্তৱসন্মত কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ সাজু বুলি সংবাদমেল খনত সদৰি কৰে। ২০১৮ বৰ্ষত অবৈধ বাংলাদেশীৰ সমস্যা সমাধান আৰু ঐতিহাসিক অসম চুক্তিৰে সম্পৰ্কিত- এই দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়।

Apply Now

অগপৰ মতে অসম চুক্তিক উলংঘা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কখনে, গতিকে চুক্তিক উলংঘা কৰা এনে বিধেয়ক গৃহীত হোৱাৰ অগপই কোনো কাৰণতে পক্ষপাতিত্ব নহয় বুলি সংবাদমেলত অতুল বৰাই মন্তব্য কৰে। আনহাতে অগপই ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া খচৰা সঁচা অৰ্থত নিখুছ হোৱাটো বিচাৰে আৰু এজনো অবৈধ বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত নহয় তথা এজনো ভাৰতীয়ৰ নাম যাতে খচৰাৰ পৰা বাদ নপৰে তাৰ প্ৰতি দলটো সজাগ থাকিব বুলি সংবাদমেল যোগে সদৰী কৰে। অৱশ্যে মন্ত্ৰী অতুল বৰাই অসমৰ থলুৱা বাংলা ভাষী লোক সকলৰ বিৰোধী নহয় আৰু তেওঁলোক যে অবৈধ বাংলাদেশীৰ হে বিৰোধী, সেই কথা সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে। লক্ষণীয় যে ১৯৮৫ চনৰ গৰিমা পুনৰ ঘুৰাই অনাৰ লক্ষ্যৰে আগন্তুক বৰ্ষত কাম কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd