• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিকৰ ফাদিল হোৱা প্ৰশ্ন কাকতৰ পুনৰ পৰীক্ষা অনুষ্ঠিত নহয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 7:19 am
598778-assamboard700
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হৈ যোৱা চূড়ান্ত পৰীক্ষাত ফাদিল হোৱা বিজ্ঞানৰ তিনিখন প্ৰশ্নকাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেইদিনমান আগতে শিক্ষা সংসদৰ ফালৰ পৰা আৰু লগতে অধ্যক্ষগৰাকীয়েও পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা নহয় বুলি ঘোষণা কৰা সিদ্ধান্তক কাৰ্যবাহী পৰিষদে অনুমোদন দিয়ে। অৱশ্যে, শিক্ষা সংসদে প্ৰশ্ন কাকত ফাদিল হোৱা নাছিল, প্ৰশ্নকাকতৰ মিলহে আছিল বুলি দাবী কৰি আহিছে।

Apply Now

আনহাতে, শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোঁহাইয়ে গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ সৈতে শিক্ষা সংসদৰ বিষয়া কৰ্মচাৰীৰ হলি-গলি থকা কথাটো স্বীকাৰ কৰিছে। প্ৰশ্নকাকত যুগুতোৱাৰ পৰা আৰম্ভ কৰি প্ৰশ্নকাকত প্ৰেছলৈ পঠিওৱালৈকে প্ৰক্ৰিয়াটোত জড়িত লোকৰ ওপৰতো সন্দেহ ব্যক্ত কৰিছে অধ্যক্ষগৰাকীয়ে।

অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ বাবে বেলেগে পৰীক্ষা অনুষ্ঠিত কৰা নহয় যদিও ছায়েন্স একাডেমীৰ পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ বহীসমূহ সাৱধানতাৰে নিৰীক্ষণ কৰা হ’ব।

ৰাজ্যৰ ১৮২ খন বেচৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত বিতং অভিযান চলোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে কাৰ্যবাহী পৰিষদে। এই শিক্ষানুষ্ঠানসমূহত বিশেষ অনিয়ম ধৰা পৰিলে স্বীকৃতি বাতিল কৰা হ’ব পাৰে।

কাৰ্যবাহী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে চলিত বৰ্ষৰ পৰীক্ষাৰ সৈতে জড়িত ১৯জন বিষয়া কৰ্মচাৰীক উক্ত দায়িত্বৰ পৰা অঁতৰাই ৰখা হ’ব।

আনহাতে, পৰীক্ষাৰ আসোঁৱাহ সম্পৰ্কত প্ৰয়োজন হ’লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষকো তদন্তকৰিবলৈ দিয়া হ’ব পাৰে বুলি ব্যক্ত কৰে সংসদৰ অধ্যক্ষগৰাকীয়ে।

কাৰ্যবাহী পৰিষদৰ বৈঠকে পৰীক্ষা অনুষ্ঠিত কৰাত খেলিমেলি কৰাৰ বাবে তিনিটা পৰীক্ষা কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰে। তদুপৰি, এইবাৰ পৰীক্ষাৰ ফলাফলত শীৰ্ষ দহটা স্থান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বছৰৰ পৰা এই স্থান ৰখা হ’ব নে নাই সেয়া শিক্ষক, অভিভাৱক,ছাত্ৰ-ছাত্ৰী, বুদ্ধিজীৱী, শিক্ষাবিদ তথা ৰাজনৈতিক নেতৃত্বৰ মতামত গ্ৰহণ কৰি সিদ্ধান্ত লোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd