• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰা নহয় : কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী হৰ্ষ বৰ্ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 1:40 pm
Time-Zone
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ, কালি লোকসভাত এই কথা স্পষ্ট কৰি সমগ্ৰ দেশৰ বাবে এটাই সময় মণ্ডল বাহাল ৰখা হ’ব বুলি কয় কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী হৰ্ষ বৰ্ধনে।

দুটা সময় মণ্ডল গঠন কৰাৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰিয় কমিটীয়ে দুটা সময় মণ্ডল গঠন কৰিলে জটিলতাৰ সৃষ্টি হ’ব বুলি অৱগত কৰি পৃথক সময় মণ্ডল গঠনৰ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰি কালি লোকসভাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী হৰ্ষ বৰ্ধনে সুকীয়া সময় মণ্ডল গঠন কৰাৰ বাবে উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীক প্ৰত্যাখ্যান কৰে।

Apply Now

উল্লেখযোগ্য যে কেন্দ্ৰই মানি লোৱাত সৈমান হোৱা নাই যদিও উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডলৰ ধাৰণাটো যথাৰ্থ ভাৱে আৱশ্যকীয় আৰু এই বিষয়টো মাজে সময়ে অঞ্চলটোৰ কেইবাজনো ৰাজনৈতিক নেতাই উত্থাপনো কৰি আহিছে।

সংসদৰ বিগত অধিৱেশনত সাংসদ গৌৰৱ গগৈয়ে সুকীয়া সময় মণ্ডল গঠনৰ বাবে সংসদত এখন ব্যক্তিগত বিধেয়ক উত্থাপন কৰিছিল। তেওঁৰ উপৰি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে ২০১৭ চনৰ জুন মাহত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় মণ্ডলৰ দাবী তুলিছিল।

তেওঁলোকৰ বাহিৰেও বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাকে ধৰি অসম তথা উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনেও অঞ্চলটোৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰাৰ বাবে দাবী তুলি আহিছে।

আনকি বেংগালুৰুস্থিত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ এডভান্সড্‌ ষ্টাডিজৰ বিজ্ঞানীসকলেও সুকীয়া সময় মণ্ডল গঠনৰ বাবে শেহতীয়াকৈ চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছিল।

কিন্তু বিজ্ঞানীসকলৰ পৰামৰ্শৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ বিভিন্ন সংগঠন তথা সচেতন লোকসকলে সুকীয়া সময় মণ্ডল গঠনৰ বাবে জনাই অহা দাবীক অলপো গুৰুত্ব দিয়া নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd