• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এজন মানুহৰ এটা স্বীকৃতিবিহীন, নীৰৱ আৰু একক অভিযানৰ কাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 9:37 pm
BicycleRider_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বিশেষ চেহেৰাৰ উৎকণ্ঠাহীন মুখৰ এজন চাইকেল আৰোহী। পিন্ধনত তেনেই সাধাৰণ সাজপাৰ- ইস্ত্ৰীবিহীন কামিজ। মূৰত ধূলি আৰু শীতৰ বতাহে শুকান কৰি পেলোৱা চুলি। ভৰিত জোতাৰ পৰিৱৰ্তে চেন্দেল। ঠাণ্ডাই এতিয়াও মেলানি মগা নাই যদিও গাত নাই কোনো গৰম কাপোৰ। চাইকেলখনো কোনো বিশেষ চাইকেল নহয়। মাত্ৰ বিশেষ কৰি তুলিছে চাইকেলখনৰ আগত আৰু পিছত লাগি থকা দুখন সৰু ফলকে। এই ফলক দুখনত লিখা আছে এটা সাধাৰণ আহ্বান, ‘চাইকেল চলাওক আৰু তিনিটা বচাওক- পৰিৱেশ, পেট্ৰ’ল, স্বাস্থ্য- নিজৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে’।

বাবুল চন্দ্ৰ দে’ নামৰ এই লোকজনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নীৰৱে এটা বৃহৎ অভিযান চলাই আহিছে আজি বহু দিনৰ পৰা। তেওঁ অসমৰ বিভিন্ন ঠাইত এইদৰে চাইকেল চলাই পৰিৱেশ, পেট্ৰ’ল আৰু স্বাস্থ্য বচাবলৈ সকলোকে আহ্বান জনাই আহিছে। পৃথিৱী আৰু মানৱ জাতিৰ সন্মুখত থিয় হোৱা এটা ডাঙৰ সংকটৰ বিষয়ে সজাগতা সৃষ্টিৰ যৎকিঞ্চিত প্ৰয়াস কৰিছে। উজনি-নামনি অসম, উত্তৰ অসমৰ বিভিন্ন ঠাইত তেওঁ এই অভিযান ৰূপায়ণ কৰিছে। আনকি কলকাতাতো চাইকেল লৈ এই একেই মহৎ প্ৰচাৰৰ প্ৰয়াস কৰাৰ কথা আমাক ক’লে বাবুল চন্দ্ৰ দে’ই।

Apply Now

BicycleRider_2

দে’ই কাম কৰে পাণ বজাৰৰ ষ্টাম্প বনোৱা এটা ব্যক্তিগত প্ৰতিষ্ঠানত। কিন্তু যেতিয়াই তেওঁ সময় পাই তেতিয়াই নিজৰ চাইকেলখন লৈ ওলাই যায়। অভিযানত যাওঁতে উদ্দেশ্যৰ বাটত আন একো নকৰি মাথো চাইকেল চলাই যোৱাই তেওঁৰ কাম। কিন্তু আগে-পাছে আঁৰি লয় তেওঁ বিলাই দিব খোজা বাৰ্তা।

এইবোৰ কৰি তেওঁ কি পাইছে সেয়া তেওঁক সোধাৰ দৰকাৰ নাই। তেওঁৰ মুখত আত্মবিশ্বাস আৰু সন্তোষৰ ৰেখ, যিটো বহুতো চহকী, বহুতো চাকৰিয়াল, বহুতো সফল ব্যক্তিৰ মাজতো দেখা নাযায়। নাই কোনো প্ৰচাৰৰ মোহ, নাই টকা-পইচা আহৰণ কৰাৰ কাৰচাজি।

এই নীৰৱ আন্দোলনৰ মহত্ত্বক হয়তো কোনোবাই উপলব্ধি কৰিব নোৱাৰিব পাৰে। বহুতে বহুৱালি বুলি নাকচ কৰিও দিব পাৰে। কিন্তু বাবুল চন্দ্ৰ দে’ৰ বাবে ই হৈ পৰিছে জীৱনৰ সংকল্পৰ অন্য নাম, তেওঁৰ সন্তুষ্টিৰো উৎস।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd