• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ সময়ত ছ’চিয়েল মিডিয়াৰ য়ুজাৰৰ ওপৰত শেনচকু ৰাখিব অসম আৰক্ষীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2018 8:18 pm
DGP_KuladharSaikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ডকমকা কাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰি থকাসকলৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হৈছিল, ঠিক সেইদৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়তো যদি কোনোৱে ঘৃণা বিয়পোৱা প’ষ্ট অথবা গোষ্ঠীসংঘৰ্ষ প’ষ্ট শ্বেয়াৰ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব।”

মঙলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।  ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য অথবা প’ষ্ট দিয়াসকলক এইদৰে সাৱধানবাণী শুনায় আৰক্ষী সঞ্চালক প্ৰধানজনে।

Apply Now

তেওঁ লগতে ৰাইজৰ জ্ঞাতাৰ্থে জনায় যে কোনো লোকে হোৱাটছ এপত সৰু সৰু গ্ৰুপ খুলি যদি সমাজত অনিষ্ট কৰিব পৰা কিবা প’ষ্ট কৰে অথবা ছ’চিয়েল মিডিয়াত সামাজিক অশান্তি সৃষ্টি কৰা প’ষ্ট শ্বেয়াৰ কৰে তেন্তে তেওঁলোকক ৰেহাই দিয়া নহ’ব।

এই দিশটো চম্ভালিব পৰাকৈ বিভিন্ন জিলাত গৈ জিলা প্ৰশাসনৰ বিষয়া তথা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ সৈতে ইতিমধ্যে আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

“এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পিছত কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ ইতিমধ্যে বহুতো অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে। প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনৰ বিষয়াই আমাক জনালে অতিৰিক্ত সামৰিক বাহিনীৰো ব্যৱস্থা কৰিম।” কুলধৰ শইকীয়াই কয়।

ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে সদভাব আৰু ঐক্য অটুট থাকে তাৰ বাবে জিলা প্ৰশাসনৰ লোকসকল ঠায়ে ঠায়ে গৈ ৰাইজৰ লগত আলোচনা কৰিছে আৰু আইন যাতে কোনেও হাতত নলয়, সেই সম্পৰ্কে কোৱা হৈছে বুলি সংবাদ মাধ্যমক কুলধৰ শইকীয়াই জানিবলৈ দিয়ে

“কোনবোৰ এন আৰ চিৰ সেৱাকেন্দ্ৰ স্পৰ্শকাতৰ হ’ব বা নহ’ব সেইটো চিনাক্ত সময়ৰ লগত তালমিল ৰাখি কৰা হৈছে। গতিকে যিবোৰ অঞ্চল বেছি স্পৰ্শকাতৰ, সেইবোৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ সংখ্যা বঢ়াই দিয়া হ’ব আৰু যিবোৰ মধ্যমীয়া পৰ্য্যায়ৰ স্পৰ্শকাতৰ অঞ্চল সেইবোৰত কম সংখ্যক বাহিনী থাকিব। এনেধৰণে কিছুমান ক্ষেত্ৰভিত্তিক আঁচনি কিছুমান প্ৰস্তুত কৰা হৈছে।” এইদৰে কয় আঞ্চলিক সঞ্চালক প্ৰধানজনে।

আনহাতে, উচ্চতম ন্যায়ালয়ে হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া প্ৰসংগত কয়, “উচ্চতম ন্যায়ালয়ৰ ন্যায় মানি হাজেলাৰ নিৰাপত্তাৰক্ষীৰ ক্ষেত্ৰত আৰক্ষী আয়ুক্ত আৰু অতিৰিক্ত নিৰাপত্তা সঞ্চালক প্ৰধানক পুনৰীক্ষণ কৰিবৰ বাবে কোৱা হৈছে। হাজেলাক সম্প্ৰতি পাইলট, এছকৰ্ট বা গৃহৰক্ষী দিয়া আছে, তাৰ উপৰঞ্চি যদি নিৰাপত্তাৰ প্ৰয়োজন হয়, সেইখিনি পুনৰীক্ষণ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে ২ জুলাইৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৰাজ্যিক সমন্বয়ক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত শংকা আছে নেকি বুলি সোধাত সমন্বয়কগৰাকীয়ে শংকাৰ পৰা মুক্ত নহয় বুলি জানিবলৈ দিছিল। তাৰ পিছতে ন্যায়ালয়ে হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd