• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন বি টি আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগত দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2018 8:50 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱাবাৰ আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণ তিনি দিনীয়াকৈ অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব। মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই কাৰ্য্যসূচী লোৱা হৈছে।  মঙলবাৰে এখন সংবাদ মেলত নেশ্যনেল বুক ট্ৰাষ্টৰ  সঞ্চালক ড০ ৰীতা চৌধুৰী আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদমাধ্যমক এই কথা জনাইছে।

দুয়োটা চৰকাৰী অনুষ্ঠানে যুটীয়াকৈ এই সাহিত্য উৎসৱটো অনুষ্ঠিত কৰিব।

Apply Now

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰো বহু সংখ্যক সাহিত্যিকৰ উপৰি দেশ-বিদেশৰ প্ৰায় ডেৰশ সাহিত্যিকে এই অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত ভাগ ল’ব বুলি আয়োজকৰ সূত্ৰই জানিবলৈ দিছে।

এই উৎসৱ অহা ৯ ফেব্ৰুৱাৰিৰ পুৱা দহ বজাত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ফ্ৰান্সৰ প্ৰসিদ্ধ সাহিত্যিক ডেভিদ ক’লিন।  বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট পণ্ডিত ইন্দ্ৰনাথ চৌধুৰীয়ে। ইয়াৰ লগতে উপস্থিত থাকিব নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ বলদেও ভাই শৰ্মাও।

আয়োজক অনুষ্ঠান দুটাৰ প্ৰতিনিধিকেইজনে সাংবাদিকক কয় যে উৎসৱত এঘাৰখন বিদেশী ৰাষ্ট্ৰৰ ১৪জন বিদেশী লেখককে ধৰি দেশৰ বহু আগশাৰীৰ লেখকে অংশগ্ৰহণ কৰিব।

সাহিত্য উৎসৱত শ্ৰীলংকাৰ আশোক ফেৰী, ইংলেণ্ডৰ বি ৰৌলেট, ছুইডেনৰ জেকঅ’য়াহ, বাংলাদেশৰ নাছৰিন জাহান, মেক্সিকোৰ ছেণ্টিয়াগো ৰুই, গোৱা বিশ্ববিদ্যালয়ৰ পৰ্তুগীজ আৰু লুচ’ফ’ন অধ্যয়নৰ আমন্ত্ৰিত অধ্যাপক ডেলফিন কৰিয়া দা ছিলভা উপস্থিত থাকিব।

উৎসৱত মকৰাণ্ড পৰাঞ্জাপে, ড০ লক্ষ্মীনন্দন বৰা, প্ৰদীপ আচাৰ্য, য়েছে দৰজি ঠংচি, মামাং দাই, মিত্ৰা ফুকন, নন্দ কিশোৰ পাণ্ডে, অনুৰাধা শৰ্মা পূজাৰী, চালমা, শ্যামল ভট্টাচাৰ্য, এ জে থমাছ, ড০ ধনকান্ত কৌৰ প্ৰমুখ্যে বহু ভাৰতীয় লেখকে অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি মালিনী অৱস্থি, বাণী ত্ৰিপাঠী, যতীন্দ্ৰ মিশ্ৰকে ধৰি বহু কেইজন খ্যতিমন্ত ব্যক্তিয়ে উৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তিনিটা প্রেক্ষাগৃহত উৎসৱৰ আলোচনা চক্ৰসমূহ অনুষ্ঠিত হ’ব। এই তিনিটা পেক্ষাগৃহৰ মাধৱ কন্দলী, টলষ্টয় আৰু দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰা হৈছে।  পুৱা দহ বজাৰ পৰা সন্ধিয়া সাত বজালৈ উৎসৱৰ কাৰ্যসূচী অব্যাহত থাকিব। সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। এইবাৰ সাহিত্য উৎসৱত বিভিন্ন কাৰ্য্যসূচীৰ লগতে গ্ৰন্থ বিপণিও থাকিব বুলি জানিবলৈ দিছে আয়োজকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd