• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কমনৱেলথ গেমছত সোণালী ইতিহাস ৰচা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুক অভিনন্দন মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

চভাপতি চামম by চভাপতি চামম
April 6, 2018 11:28 am
chanu-266x200
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেমছ ২০১৮ত মণিপুৰৰ ভাৰত্তোলক ছাইখম মীৰাবাই চানুৱে ৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে খেলুৱৈগৰাকীক শুভেচ্ছা প্ৰদান কৰে।

উল্লেখ্য যে চানুৱে প্ৰতিযোগিতাখনত নিজৰ ১৯৪ কেজি উত্তোলনৰ অভিলেখ ভংগ কৰাৰ উপৰি প্ৰতিযোগিতাখনৰ পূৰ্বৰ অভিলেখ ১৭৫ কেজিৰো অভিলেখ ভংগ কৰি ১৯৬ কেজি ভাৰোত্তোলনেৰে দেশৰ হৈ প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Apply Now

মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা বাৰ্তাত কয় যে বিশ্ববিজয়ী ভাৰোত্তোলকগৰাকীয়ে এনেদৰে ভৱিষ্যতেও যাতে উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি মণিপুৰ তথা দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ বাবে কামনা কৰিলো।

আনহাতে মণিপুৰৰ নিৰ্মাণ মন্ত্ৰী টিএইচ বিশ্বজিতে ভাৰোত্তোলকগৰাকীৰ সাফল্যত কয়, ‘মীৰাবাইৰ এই সাফল্যই মণিপুৰৰ ক্ৰীড়া জগতলৈ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। কিয়নো তেওঁৰ পৰা অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ আন মহিলাসকলো ক্ৰীড়া জগতলৈ আগ্ৰহী হ’ব’।

ইয়াৰ উপৰি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিঅ’য়েও ছানুক শুভেচ্ছা প্ৰদান কৰি কয়, ‘মীৰাবাই ছানুৱে কেবল ভাৰত বা মণিপুৰলৈ গৌৰৱ কঢ়িয়াই অনা নহয় তেওঁ সমগ্ৰ কমনৱেল্থ গেমছ প্ৰতিযোগিতাখনলৈও গৌৰৱ কঢ়িয়াই আনিছে’।

৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ভাৰোত্তোলক ছাইখম মীৰাবাই চানুক ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী নেমছা কিপগেনেও অভিনন্দন জ্ঞাপন কৰে।

আনহাতে মীৰাবাই ছানুৰ মাতৃ টম্বিয়ে (৫৫) কন্যাৰ এই সাফল্যত আত্মহাৰা হৈ পৰে আৰু সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱাত অভিনন্দন জ্ঞাপন কৰে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd