• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাগজ কল সুৰক্ষা মঞ্চৰ উদ্যোগত ২১ এপ্ৰিলত নাগৰিক সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 11:12 am
Nagaon-Paper-Mill-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত হিন্দুস্তান কাগজ নিগমৰ নগাঁও কাগজ কলটোৰ লগতে কাছাৰ কাগজ কলটো ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিৰে শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে কাগজ কল সুৰক্ষা মঞ্চই।

ৰাজ্যখনৰ বহুকেইটা দল সংগঠনৰ প্ৰতিনিধিত্বৰে গঠিত কাগজ কল সুৰক্ষা মঞ্চই বৃহস্পতিবাৰে জাগীৰোডত অনুষ্ঠিত কৰা এখন সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াসকলে অভিযোগ কৰে যে এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰৰ সদিচ্ছা নাই।

Apply Now

বিজেপি চৰকাৰ দুখনে অসমৰ দল সংগঠনসমূহৰ প্ৰতিবাদক আওকাণ কৰি পুঁজিপতি বণিয়াৰ হাতত গতাই দিবলৈ একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰি  নিবিদা আহ্বানৰ  প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কাগজ কল সুৰক্ষা মঞ্চই অভিযোগ কৰে।

চৰকাৰে অতি সংগোপনে নগাঁও আৰু কাছাৰ কাগজ কলত কৰ্মৰত ঠিকাভিত্তিক শ্ৰমিকসকলক কামৰ পৰা ক্ৰমে অব্যাহতি দিয়াৰো অভিযোগ তুলিছে সুৰক্ষা মঞ্চই।

কাগজ কলৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত এই  ঠিকাভিত্তিক শ্ৰমিকসকলক কাগজ কলৰ পৰা  অব্যাহতি দি চৰকাৰে তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বুলি সুৰক্ষা মঞ্চই অভিযোগ কৰে।

সংবাদ মেলত মঞ্চই এই শ্ৰমিকসকলক পুনৰ কাগজ কলৰ কামত নিয়োজিত কৰাৰ লগতে কলটোৰ কৰ্মচাৰীসকলৰ বাকী ১৩ মাহৰ দৰমহা আদায় দি কাগজ কল দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিৰে শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ দাবী জনায়।

আনহাতে, উক্ত দাবীৰ সমৰ্থনত ২১ এপ্ৰিলৰ দিনৰ ১১ বজাত জাগীৰোডতএখন নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও মঞ্চই সংবাদমেলত ঘোষণা কৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত কৰা এই সংবাদমেলত কাগজ কল সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে অতনু কুমাৰ শৰ্মা, অৱন্তি কুমাৰ বৰা আৰু আহ্বায়ক ক্ৰমে বৃহত্তৰ জাগীৰোড উন্নয়ন সমিতিৰ সভাপতি জিতেন্দ্ৰ কুমাৰ ডেকা, নগাঁও কাগজ কল কৰ্মী ইউনিয়নৰ সভাপতি ধীৰেন বৰা আৰু সম্পাদক আনন্দ বৰদলৈৰ লগতে বহুকেইটা সংগঠনৰ নেতা উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd