• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বাবে তৎপৰ কেন্দ্ৰীয় চৰকাৰৰ : পৰ্যটন সচিব ৰশ্মি বাৰ্মা

উত্তম শইকীয়া by উত্তম শইকীয়া
February 5, 2018 9:05 pm
Kaziranga-National-Park-Gate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ১০ খন আইকনিক ডেষ্টিনেচনৰ অন্যতম হিচাবে কাজিৰঙাই স্বীকৃতি পোৱাৰ পিছতে আজি কাজিৰঙা কঁহৰাত থকা বনবিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

কাজিৰঙাত পৰ্যটনৰ সমস্যাৰ সমাধান আৰু বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনিৰ বাবে আলোচনা কৰা উদ্দেশ্যেৰে অসমৰ পৰ্যটন বিভাগে আয়োজন কৰা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব ৰশ্মি বাৰ্মাই কয় যে কাজিৰঙাক আন্তঃৰাষ্ট্ৰীয় মানৰ পৰ্যটন ক্ষেত্ৰৰূপে বিকাশৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বিশেষজ্ঞ সমিতি গঠন কৰি কাজিৰঙালৈ প্ৰেৰণ কৰিব।

Apply Now

উক্ত সমিতিৰ পৰামৰ্শ মতেই কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাত পৰ্যটনৰ বিকাশৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দি বাৰ্মাই কয় যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰো বিশেষ দায়ীত্ব থাকিব।

তেওঁ লগতে কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে কাজিৰঙাত কিছু বাধ্যবাকতা থাকিলেও বনবিভাগৰ পৰামৰ্শৰে কাষৰীয় অঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে কেন্দ্ৰই অচিৰেই পদক্ষেপ লব।

এই উদ্দেশ্যে কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বাবে কাৰ্বি আংলং জিলা পৰিষদে ইতিমধ্যেই ১ হেজাৰ বিঘা মাটি পৰ্যটন বিভাগক দিছে বুলিও কেন্দ্ৰীয় সচিব গৰাকীয়ে জানিবলৈ দিয়ে।

সভাত ৰশ্মি বাৰ্মাৰ উপৰি কেন্দ্ৰীয় যুটীয়া সচিব সুমন বিল্লা, অসম চৰকাৰৰ পৰযটন বিভাগৰ সচিব ৰমেশ চান্দ জৈন, ইণ্ডিয়া টুৰিজিমৰ মাণ্ডলিক সঞ্চালক সুহিব চামাদৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদীপ বৰুৱা, বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাস উপস্থিত থাকে।

বৈঠকত জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, পুনেন গগৈ, কাজিৰঙা হোটেলাৰ্চ এচোচিয়েচনৰ সভাপতি ফটিক বৰা, অসম গন পৰিষদ দলৰ বোকাখাত জিলা সভাপতি জগত কলিতা আদি ব্যক্তি সকলে কাজিৰঙাত পৰ্যটনৰ সমস্যাৰ ওপৰত দৃষ্টিপাত কৰি সমস্যা সমূহৰ সমাধানৰ বাবে আহ্বান জনায় ৷

অনুষ্ঠানটোত কাজিৰঙা জীপ চাফাৰী সন্থাৰ তৰফৰ পৰা বিশিষ্ট অতিথি সকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd