• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্য্যকালৰ অন্ত পৰিল যদিও ৪৩ মাহৰ দৰমহা পোৱা নাই পঞ্চায়তৰ প্ৰতিনিধিসকলে

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 4, 2018 11:53 am
Panchayat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত পঞ্চায়তী ব্যৱস্থাটোৰ জৰিয়তে গাৱঁৰ সাধাৰণ জনতাৰ মাজলৈ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিবোৰ লৈ যোৱা আৰু লগতে গাৱঁৰ উন্নয়নত প্ৰধান সাঁকোৰ ভূমিকা লোৱা পঞ্চায়ত প্ৰতিনিধিসকলে যোৱা ৪৩ মাহে লাভ কৰা নাই দৰমহা। কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰথম ১৭ মাহৰ দৰমহা পোৱাৰ পিছত বিগত দিন ধৰি প্ৰাপ্য পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হৈ আছে গাওঁ পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আদিকে ধৰি এই জনপ্ৰতিনিধিসকল।

নিয়মমতে যোৱা ১৯ ফেব্ৰুৱাৰিতে বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্য্যকাল অন্ত পৰিছে যদিও তেওঁলোকেই পৰৱৰ্তী নিৰ্বাচিত প্ৰতিনিধিসকলে দায়িত্ব নোলোৱা পৰ্য্যন্ত কাম চলাই নিব লাগিব বুলি উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। এই অতিৰিক্ত কাৰ্য্যভাৰৰ বিনিময়তো পাৰিশ্ৰমিক পাব নে নাপাই জনা হোৱা নাই।

Apply Now

আগন্তুক ৰঙালী বিহুৰ প্ৰাকক্ষণতো বিজেপিৰ চৰকাৰখনক এওঁলোকৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্বই দিয়া দেখা নগ’ল। সামান্য দৰমহা পোৱা এই তৃণমূল পৰ্য্যায়ৰ জন প্ৰতিনিধিসকলক খোদ চৰকাৰেই শোষণ কৰি অহা নাইনে?

বিধানসভাত নিজৰ দৰমহা ইচ্ছামতে বৃদ্ধি কৰি লোৱা মন্ত্ৰী-বিধায়কসকলৰ সময় নাই এইসকল সৰু সৰু জনপ্ৰতিনিধিৰ স্বাৰ্থৰ কথা ভাবিবলৈ। তাৰ পৰিৱৰ্তে এইখন চৰকাৰে পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজাসকলৰ বাবে শৈক্ষিক যোগ্যতাকে ধৰি অন্যান্য অৰ্হতা বান্ধি দিয়াতহে ব্যস্ত হোৱা দেখা গ’ল। অথচ সেইবোৰ অৰ্হতা নোহোৱাকৈয়ে বিধানসভালৈ নিৰ্বাচিত হ’ব পৰাৰ বাট খোলা ৰাখিছে মন্ত্ৰী-বিধায়কসকলে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰম্য উন্নয়ন বিভাগৰ অধীনত ৰাজ্যখনত মুঠতে ২২০১খন গাওঁ পঞ্চায়ত, ১৮৫খন আঞ্চলিক পঞ্চায়ত আৰু ২১খন জিলা পৰিষদ আছে। ইয়াৰে কেৱল গাওঁ পঞ্চায়ততে আছে ২৪২২২জন জন প্ৰতিনিধি। সেইদৰে আঞ্চলিক পঞ্চায়তত আছে ২২০১ জন আৰু জিলা পৰিষদত আছে ২১ জন।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd