• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নয়নমূলক আঁচনি মুকলি কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাঙে

ৰূপজ্যোতি মহন্ত by ৰূপজ্যোতি মহন্ত
January 4, 2018 9:11 pm
KAAC-Chief
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি জিলাখনৰ বৰজান আৰু বোকাজানত কেইবাটাও উন্নয়নমূলক আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্য কাৰ্য্যবাহীজনে বোকাজানত অসম-নাগালেণ্ড সীমান্তৰ হিদিপি বজাৰ-লাহৰীজান সংযোগী এটা ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথৰ আধাৰশিলা স্থাপন কৰে। পথটো প্ৰায় ৫ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। বোকাজানৰে আন তিনি ঠাইত তিনিটা গড়কাপ্তানী পথৰ আধাৰশিলাও স্থাপন কৰা হয়। উক্ত পথকেইটা হৈছে বোকাজান চহৰক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা ২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ, ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ তিংলিজানক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা পথ আৰু লাহৰীজান দেওবৰীয়া বজাৰক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা ২ কিলোমিটাৰৰ পথ। এইকেইটা পথৰ আনুমানিক নিৰ্মাণ ব্যয় ৪.৫ কোটি টকা হ’ব বুলি সূত্ৰটোৱে কয়।

আজিৰ কাৰ্য্যসূচীবোৰত মুখ্য কাৰ্যবাহীজনৰ সৈতে কাৰ্বি আংলং স্বায়ত্তপৰিষদৰ অধ্যক্ষ হৰেনচিং বেই, বিধায়ক ড০ নোমল মমিন, কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন, কাৰ্যবাহী সদস্য জগতচিং ইংতিৰ লগতে কেইবাজনো সদস্য-প্ৰতিনিধি আছিল।

Apply Now

অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত সংবাদ মাধ্যমৰ লোকৰ সৈতে মত বিনিময় কৰি মুখ্য কাৰ্য্যবাহীজনে আঁচনিকেইখনৰ বাবে উদ্যোগ লোৱা বাবে কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনৰ শলাগ লয়। তেওঁ লগতে কয় যে এই আঁচনিবোৰে বোকাজান অঞ্চলটোৰ লোকসকলৰ কল্যাণ সাধিব। তেওঁ পাহাৰীয়া জিলাখনৰ সকলো জনগোষ্ঠীৰে উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প প্ৰকাশ কৰে।

মুখ্য কাৰ্য্যবাহীজনে স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত কয় যে সুকীয়া ৰাজ্যৰ দাবী জিলাখনৰ জনগোষ্ঠীয় লোকসকলৰ এটা ন্যায্য দাবী। তেওঁ লগতে এই সন্দৰ্ভত বিজেপিৰ চৰকাৰখনৰ ওপৰত আস্থা প্ৰকাশ কৰি চৰকাৰখনে এটা ইতিবাচক ৰাজনৈতিক সমাধান আগ বঢ়াব বুলি মত প্ৰকাশ কৰে।

ৰূপজ্যোতি মহন্ত

ৰূপজ্যোতি মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd