• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত অসম সত্ৰ মহাসভাৰ ৫১তম দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি অন্তিম দিন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 28, 2018 5:19 pm
অসম সত্ৰ মহাসভা

প্ৰতিনিধিত্বমূলক : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিম দিন। অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত সত্ৰীয়া জীৱন চন্দ্ৰ মহন্ত স্মাৰক বঁটা বিজয়ী আকাংক্ষা কাশ্যপৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনে আপ্লুত কৰিবলৈ সক্ষম হৈছে মুকলি সভাত অংশগ্ৰহণ কৰা দৰ্শক সকলক।

কাৰ্বি আংলং ডিফুৰ বাসিন্দা পিতৃ দেৱজিত মিশ্ৰ আৰু মাতৃ অন্তৰীফা মিশ্ৰৰ কন্যা আকাংক্ষা কাশ্যপে এলেঙ্গী মদাৰগুৰি সত্ৰৰ চলাজনা সত্ৰীয়া ‘জীৱন চন্দ্ৰ মহন্ত স্মাৰক বঁটা’ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ অন্তৰ্গত ডিফু কলা কেন্দ্ৰ , ডিফু পৰীক্ষা কেন্দ্ৰ পৰা ২০১৬-১৭ বৰ্ষত সত্ৰীয়া নৃত্যৰ পাৰদৰ্শিতাৰ বিজয়ী বঁটা মুকলি সভাত গ্ৰহণ কৰে । বঁটাত আছিল নগদ পাঁচ হেজাৰ ধন , মান পত্ৰ আৰু মমেন্থ।

Apply Now

অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। ৰাজ্যৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী তথা ৩১ নং চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই উদ্ধোধন কৰি দিয়া মুকলি সভাত অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে মুখ্য অতিথি ৰূপে আমন্ত্ৰিত আছিল যদিও কিছু ব্যক্তিগত কাৰণত উপস্থিত থাকিব নোৱাৰিলে। তদুপৰি মুকলি সভাত ব্ৰহ্ম ধৰ্মৰ আচাৰ্য চৰণ নাৰ্জাৰী আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল উপস্থিত থাকে।

অন্তিম দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধাণীয়ে উদ্ধোধন কৰা সাংস্কৃতিক শোভাযাত্ৰ কোকৰাঝাৰ ৰাস পথাৰৰ পৰা আৰম্ভ হৈ কোকৰাঝাৰ চহৰ পৰিভ্ৰমণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত বড়ো, নেপালী, মাড়োৱাৰী, গাৰো, ৰাভা আদি বিভিন্ন অসমীয়া জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰি জীপাল কৰি তোলে কোকৰাঝাৰ চহৰ।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd